শ্ৰদ্ধাঞ্জলী
ডাঃ ইউ বাপুট্টী হাজি
(১৯২৬-২০০৩)
তেখেত এজন কেৰেলাৰ বৰণ্য় ব্য়ক্তি আছিল, যিজনে আমাক সপোন দেখিবলৈ শিকালে, নিঃস্বাৰ্থভাৱে সমাজৰ কল্য়াণ আৰু উন্নয়নৰ হকে কাম কৰি থৈ গলে ।তেওঁৰ সহজ-সৰল জীৱন, সমাজৰ প্ৰতি থকা দায়িত্বশীলতা আৰু মুছলিম উম্মতৰ প্ৰতি তেওঁৰ চিন্তা আৰু সেৱা বৰ্তমানৰ নৱপ্ৰজন্মৰ বাবে এক মহান নিদৰ্শন।

Show CommentsClose Comments

Leave a comment