লেখক – শ্বাহিনুৰ আলম
হজৰত আমিনা ( ৰঃ) ৰ প্ৰকৃত নাম হৈছে আমিনা বিনত আব্দি মানাফ । তাঁইৰ দেউতাকৰ নাম আছিল ওহাব আৰু মাতৃৰ নাম আছিল কাৰাত বিনত আব্দুল উজ্জা ।
তাঁইৰ সৰুৰ পৰাই তীক্ষ্ন বিচক্ষণ সহ অতিকৈ সহজ সৰল ছোৱালী আছিল । আনকি তাই সদাই অইন মানুহৰ দৃষ্টিৰ পৰা সদাই আতৰি থাকিছিল । তাইৰ জীৱনৰ প্ৰতিটো মুহৰ্ত্ব কঠোৰ পৰিশ্ৰমেৰে কটাব লগীয়া হৈছিল ।
আৰব ফৈদ সকলৰ মাজত আটাইতকৈ শত্তিশালী আৰু বিখ্য়াত কোৰাইশ্ব বংশৰ নেতৃত্তত থকা আব্দুল মত্তালিবৰ পঞ্চম তম সন্তান হজৰত আব্দুল্লাৰ লগত বিবাহ সমপন্ন হয় ।
হজৰত আব্দুল্লাৰ ঔৰষত বিশ্বজগতক অন্ধকাৰৰ পৰা মুক্তিৰ কাৰক । হিচাপে আল্লাহৰ শেষ পয়গাম্বৰ তথা হজৰত মোহম্মদ ( ছঃ ) এ মা আমিনাৰ গৰ্বত জন্ম গ্ৰহন কৰে ।
নৱজাগতক হজৰত মোহাম্মদ ( ছঃ ) ক মাত্ৰ সাত দিন দুগ্ধ পান কৰাইছিল তেতিয়া আৰবি ভাষা উন্নতি সাধণৰ বাবে হালিমা ছাদিয়া ( ৰঃ ) ৰ হাতত অৰ্পন কৰিছিল ।
৫৭৬ ( খ্ৰীঃ) ত নবী ( ছঃ ) মৰ ৬ বছৰ বয়সত মদিনাৰ পৰা মক্কালৈ উভতি অহাত আবৱা ( الأبواء ) নামৰ ঠাইত শিশু নবি ( ছঃ ) ক মউৰা বনাই ইহলীলা সম্বৰণ কৰে ।

Show CommentsClose Comments

Leave a comment