লেখকঃ পি টি এছ থাৰাইট্টাল(কেৰেলা), অনুবাদঃ ৰেজৱানুৰ ৰহমান
৬৩৭ খ্ৰীষ্টাব্দঃ খলিফা উমৰৰ শাসনামলত ৰোমান বাইজেন্টাইন বাহিনী দ্বাৰা পৱিত্র জেৰুজালেম (বায়তুল মুকাদ্দাচ) সহ পেলেষ্টাইনত মুছলিম সামৰিক বাহিনীৰ বিজয়।
১০৯৯ খ্ৰীষ্টাব্দঃ প্রথম ক্রুচেদৰ শেষত, ইউৰোপীয় ক্রুচেদসকলে ফাতেমীয় সাম্রাজ্যৰ পৰা পৱিত্র জেৰুজালেম দখল কৰে; পৱিত্র ভূখণ্ডত সহস্ৰাধিক মুছলমানক হত্যা কৰা হৈছিল।
১১৮৭ খ্ৰীষ্টাব্দঃ ছুলতান ছালাহউদ্দিন আইয়ুব তৃতীয় ক্রুচেদৰ পূৰ্বে এটা শক্তিশালী সেনাবাহিনীৰ হতুৱাই জেৰুজালেম চহৰখন পুনৰবাৰ দখল কৰে।
ইহুদি, খ্রীষ্টান সম্প্রদায়ক সিহঁতৰ উপাসনাস্থল পৰিদর্শন কৰিব’লৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিল ।
জায়নিউজমৰ জন্মঃ
১৮৯৭ খ্ৰীষ্টাব্দঃ থিউডোৰ হার্জল, চুইজাৰলেণ্ডৰ বাহিৰে ইহুদি জনবসতি ২০৮ জন প্রতিনিধিৰে ইহুদিসকলে সিহঁতৰ জায়োনিউজমৰ স্বতন্ত্ৰ ধাৰণাৰ জন্ম দিছিলে ।১৯১৭ খ্ৰীষ্টাব্দঃ বালফোৰ ঘোষণাঃ
প্রথম বিশ্বযুদ্ধৰ শেষত বৃটিছ পৰৰাষ্ট্র সচিব আর্থাৰ বালফোৰ পেলেষ্টাইনত ইহুদি ৰাষ্ট্র প্রতিষ্ঠাৰ কুখ্যাত ঘোষণা কৰিছিল।
১৯২২খ্ৰীষ্টাব্দঃ পেলেষ্টাইন বৃটিছ বাধ্যতামূলক:
পেলেষ্টাইনক বৃটিছে বাধ্যতামূলক হিচাপে ঘোষণা কৰিছে লীগ অফ নেচনচ্।
১৯৩৬-১৯৩৯ খ্ৰীষ্টাব্দঃ পেলেষ্টাইনৰ যুদ্ধত ৫০ সহস্ৰাধিক আৰবীয়ান নিহত হৈছিল।
১৯৪৫ খ্ৰীষ্টাব্দঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জার্মানি আৰু অন্য ঠাইতেও ইহুদিসকলোৰ হলোকাষ্ট নির্যাতনৰ দাবী উত্থাপন কৰি পেলেষ্টাইনত ইহুদি অভিবাসন অৱশেষত তীব্র হয়।
পৱিত্র ভূমিত ইহুদিসকলোৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ৩১ শতাংশ !!
১৯৪৭খ্ৰীষ্টাব্দঃ জাতিসংঘৰ পার্টিচন ৰিজোলিউচনঃ
জাতিসংঘৰ অদ্ভুত সিদ্ধান্ত যে পেলেষ্টাইন আৰব আৰু ইহুদিসকলোৰ বাবে এখন পৃথক দেশ। পেলেষ্টাইনৰ ৫৫% ভূখণ্ড ইহুদি অভিবাসীসকলোৰ আৰু ৪৫% ভূখণ্ড আদিবাসীসকলোৰ নিয়ন্ত্ৰণত !!!
১৯৪৮ খ্ৰীষ্টাব্দঃ ইহুদিসকলোৰ অত্যাচাৰ তীব্রতৰ; ২.৫ মিলিয়ন পেলেষ্টাইনক স্থানচ্যুত বা বহিষ্কাৰ কৰা হৈছিল।
1 Comment
Asraful Alom
It was very informative article…. So i recommend that everyone should go through out the article…