লেখক: ইনজামামুল হক

অলপ আগৰ কথা তেতিয়া বৰ্তমান আৰু এতিয়া ইতিহাস
চলিত বৰ্ষত আমাৰ মাজৰ পৰা বহুতো মানুহ পৰকাল গমণ কৰিছে এই বোৰ নাম আমি একবাৰ মনত কৰি লৌ।

জানুৱাৰী মাহৰ ১৭ তাৰিখত কিংবদন্তি শাস্ত্ৰীয় সংগীতজ্ঞ আৰু পদ্মবিভূষণ লাভ কৰা গোলাম মুস্তাফা খানৰ মৃত্যু হয়।

ফেব্ৰুৱাৰী মাহৰ ৯ তাৰিখত অভিনেতা ঋষি কাপুৰৰ ভাতৃ ৰাজীৱ কাপুৰৰ মৃত্যু হয়।

এপ্ৰিল মাহৰ ২২ তাৰিখত বলিউডৰ সংগীত যুটি নাদিম-শ্ৰৱণৰ অন্ত শ্ৰৱণ ৰোথোড়প মৃত্যু হয়।

এপ্ৰিল মাহৰ ৩০ তাৰিখত প্ৰসিদ্ধ সাংবাদিক ৰোহিত সাৰদানাৰ মৃত্য়ু হয়।

জুন মাহৰ ১৮ তাৰিখত কভিডৰ জটিলতাত এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী মিলখা সিংৰ মৃত্যু হয়।

জুলাই মাহৰ ৭ তাৰিখত বলিউডৰ অভিনেতা দিলীপ কুমাৰৰ মৃত্যু হয়।

জুলাই মাহৰ ৮ তাৰিখত হিমাচল প্ৰদেশৰ প্ৰাক্তম মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিংৰ মৃত্যু হয়।

জুলাই মাহৰ ১৫ তাৰিখত ফোট সাংবাদিক ডানিছ ছিদ্দিকীৰ মৃত্যু হয়।

মে মাহৰ তাৰিখত প্ৰখ্যাত পৰিবেশবিদ সুন্দৰলাল বহুগুতৰ মৃত্যু হয় ।

২১ আগষ্টত উত্তৰ প্ৰদেশৰ প্ৰাক্তম মুখ্যমন্ত্ৰী কল্য়াণ সিংৰ মৃত্যু হয়।

ছেপ্টম্বৰ মাহৰ ২ তাৰিখত টেলিভিছনৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু ৰাজ্য সভাৰ সাংসদ চন্দন মিত্ৰৰ মৃত্যু হয়।

ছেপ্টেম্বৰ মাহৰ ২৫ তাৰিখত কবি কমলা ভাছিনৰ মৃত্যু হয়।

অক্টোবৰ মাহৰ ৬ তাৰিখত ৰামায়ণ ধাৰাবহিকৰ ৰাৱণ অৰবিন্দ ত্ৰিৱেদীৰ মৃত্যু হয়।

অক্টোবৰ মাহৰ ২৯ তাৰিখত কানাড়া ছবিৰ ছুপাৰষ্টাৰ পুনত ৰাজকুমাৰৰ মৃত্যু হয়।

নৱেম্বৰ মাহৰ ১৮ তাৰিখত ভাৰতীয় ফুটবলৰ ধাৰা ভাষ্য়কাৰ নভী কাপাডিয়াৰ মৃত্যু।

ডিচেম্বৰ মাহৰ ৪ তাৰিখত সাংবাদিক বিনোদ ডুৱাৰ মৃত্যু হয়।

ডিচেম্বৰ মাহৰ ৮ তাৰিখত এই বছৰ সকলোতকৈ ডাঙৰ ঘটনা হয় এই দিনত ভাৰতীয় প্ৰথমগৰাকী চি ডি এছ বিপিন ৰাৱাট ,তেৱেৰ পত্নী আৰু ১১ গৰাকী সদস্যৰ লগত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়।

Show CommentsClose Comments

Leave a comment