আজিৰ দিনটো অসম বাসীৰ বাবে অতি কৈ গুৰুত্বপূৰ্ণ দিন কাৰণ আজি ২৪ তাৰিখ আজিৰ দিনত অসমখন ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধিনত আহিছিল বা ব্ৰিটিছৰ হয়।
এই সন্ধিটো হৈছিল ব্ৰূমদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত ইয়াত স্বাক্ষাৰ কৰিছিল
 ইষ্ট ইণ্ডিয়া কোম্পানী পৰা ছাৰ আৰ্চবল্ড কেমলবেল
ব্ৰূমদেশৰ পৰাঃ মহামিন লা কিষটিন
এই সন্ধিটো প্ৰথম এংলা মাৰ্মা যুদ্ধৰ অন্ত পেলাৱা শান্তিৰ চুক্তি হৈছিল।
ইয়াত কি কি বিষয় বস্তুৰ ওপৰত স্বাক্ষৰ কৰা হৈছিল
   ১) অসম মনিপুৰ আৰাকান আবুকে ধৰি ছেনৰিন নদীৰ উপত্যাকা ব্ৰিটিছৰ হাতত এৰি দিব লাগিব।
২) কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যৰ ওপৰত কোনো হস্তগত কৰিব নোৱাৰিব।
৩) যুদ্ধৰ ক্ষতিপুৰত হিচাপে ১ নিযুত ব্ৰিটিন পাউণ্ড দিব লাগিব।
৪) আডা আৰু কলিকতাৰ মাজত এজন স্থায়ী ব্ৰটিছ প্ৰতিনিধি ৰাখিব লাগিব ।
৫) ব্ৰিটিছৰ লগত এখন বাণিজ্যক চুক্তিত স্বাক্ষৰ কৰিব লাগিব।

ইয়াৰ পৰা লাহে লাহে ব্ৰূমদেশ গৈ গৈ ১৮৮৫ চনত ব্ৰিটিছৰ অধিনত হৈ পৰিছিল।

Show CommentsClose Comments

Leave a comment