Current Affairs

৫০টা প্ৰশ্ন আৰু ইয়াৰ উত্তৰ, ৰমজান মাহৰ উপলক্ষে

১) ৰমজান মাহত ৰোজা ৰখাৰ হুকুম কি?উত্তৰ:- সকলো নৰ-নাৰীৰ ওপৰত ফৰজে আইন অৰ্থাৎ বাধ্যতামূলক। ২) ৰমজান মাহৰ প্ৰথম দহ দিনত কোনটো দোৱা পঢ়া ছুন্নত ?= উত্তৰ:- আল্লাহুম্মাৰ হামনা ইয়া আৰহামাৰ্ ৰাহিমিন । ৩) ৰমজান মাহৰ দ্বিতীয় দহ দিনত কোনটো দোৱা পঢ়া ছুন্নত ?উত্তৰ:- আছতাগ্ ফিৰুল্লাহা ৰাব্বি মিন কুল্লি যানবি ৱা আতুবু ইলাইহি । ৪) ৰমজান মাহৰ তৃতীয় দহ দিনত কোনটো দোৱা পঢ়া…

ৰমজান মাহ‌ আৰু ইয়াৰ দ্বিতীয় দহ দিন

লেখক:মুশ্বাৰফ মিয়া ৰমজান (আৰবী: رمضان ৰমাদ্বান) হ’ল ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ, যি মাহত বিশ্বব্যাপী মুছলমান সকলে ইছলামিক উপবাস (ছিয়াম) পালন কৰি থাকে। ৰমজান মাহত ছিয়াম(ৰোজা) ইছলামৰ পঞ্চস্তম্তৰ তৃতীয়তম।ৰমজান মাহৰ জোন দেখাৰ ওপৰত ভিত্তি কৰি ত্ৰিশ দিনলৈ ৰোজা ৰখা হয় , যিটো নিৰ্ভৰযোগ্য হাদিছৰ দ্বাৰা প্ৰমাণিত।এই মাহত প্ৰত্যেক প্ৰাপ্তবয়স্ক ও সুস্থ মুছলিম ব্যক্তিৰ ওপৰত ছিয়াম(ৰোজা) পালন ফৰজ, কিন্তু অসুস্থ, গৰ্ভৱতী, ডায়বেটিক ৰোগী,…

ৰোজা

লিখক:মোহাম্মদ মুশাৰফ আল্লাহতাআলাৰ ওচৰত সকলো মাহতকৈ শ্ৰেষ্ঠ মাহ হ’ল ৰমজান মাহ।এই‌ মাহক আল্লাহতাআলাই বহুতো মৰ্যদা তথা‌ বিশেষত্ব প্ৰদান কৰিছে। আৰু ইয়াৰ বাবেই এই‌ ৰমজান মাহতেই আল্লাহে পৱিত্ৰ কোৰান শ্বৰীফক অৱতীৰ্ণ কৰিছে। এনে বিভিন্ন ধৰণৰ অলৌকিক কাৰ্য বা ঘটনা এই ৰমজান মাহতেই হৈছিল।ৰাছুলুল্লাহ (ছ) য়ে কৈছে যে–যেতিয়া ৰোজাৰ মাহ আহে তেতিয়া আকাশৰ দৰ্জা খুলি দিয়া হয়। জান্নাত আৰু ৰহমতৰ দৰ্জাবিলাক মুক্ত হৈ যায়…