Current Affairs

ৰমজান মাহ‌ আৰু ইয়াৰ দ্বিতীয় দহ দিন

লেখক:মুশ্বাৰফ মিয়া ৰমজান (আৰবী: رمضان ৰমাদ্বান) হ’ল ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ, যি মাহত বিশ্বব্যাপী মুছলমান সকলে ইছলামিক উপবাস (ছিয়াম) পালন কৰি থাকে। ৰমজান মাহত ছিয়াম(ৰোজা) ইছলামৰ পঞ্চস্তম্তৰ তৃতীয়তম।ৰমজান মাহৰ জোন দেখাৰ ওপৰত ভিত্তি কৰি ত্ৰিশ দিনলৈ ৰোজা ৰখা হয় , যিটো নিৰ্ভৰযোগ্য হাদিছৰ দ্বাৰা প্ৰমাণিত।এই মাহত প্ৰত্যেক প্ৰাপ্তবয়স্ক ও সুস্থ মুছলিম ব্যক্তিৰ ওপৰত ছিয়াম(ৰোজা) পালন ফৰজ, কিন্তু অসুস্থ, গৰ্ভৱতী, ডায়বেটিক ৰোগী,…

ৰোজা

লিখক:মোহাম্মদ মুশাৰফ আল্লাহতাআলাৰ ওচৰত সকলো মাহতকৈ শ্ৰেষ্ঠ মাহ হ’ল ৰমজান মাহ।এই‌ মাহক আল্লাহতাআলাই বহুতো মৰ্যদা তথা‌ বিশেষত্ব প্ৰদান কৰিছে। আৰু ইয়াৰ বাবেই এই‌ ৰমজান মাহতেই আল্লাহে পৱিত্ৰ কোৰান শ্বৰীফক অৱতীৰ্ণ কৰিছে। এনে বিভিন্ন ধৰণৰ অলৌকিক কাৰ্য বা ঘটনা এই ৰমজান মাহতেই হৈছিল।ৰাছুলুল্লাহ (ছ) য়ে কৈছে যে–যেতিয়া ৰোজাৰ মাহ আহে তেতিয়া আকাশৰ দৰ্জা খুলি দিয়া হয়। জান্নাত আৰু ৰহমতৰ দৰ্জাবিলাক মুক্ত হৈ যায়…

হাইদৰ আলী চিহাব তাংগাল (এক আদৰ্শ নেতা)

লেখকঃ-আনাৰ আলী                                        অসুৰ দানৱ নহয়,মানুহৰ সমাজত সৃষ্টিশীল মানুহৰ প্ৰয়োজন।সমাজ মানেই মানুহৰ একতা-সম্প্ৰীতি,ইজনে সিজনক ভালপোৱা,সহায় কৰা।সুকত সুখী হোৱা।বিপদৰ সময়ত কাষত থিয় হৈ সংগ দিয়া।কিন্তু এনে এখন সমাজত এক সুদক্ষ সমাজ সংস্কাৰকৰ অবিহনে সমাজ কু-সংস্কৃতি আৰু অন্ধকাৰত ৰূপান্তৰ হয়।ঠিক তেনে এক সমাজক জীয়াই ৰখা,এক সুদক্ষ নেতা,সুদক্ষ ৰাষ্টপতি আৰু আদৰ্শ সমাজ সংস্কাৰকৰ অধিকাৰী আছিল ছায়্যীদ হাইদৰ আলী চিহাব তাংগাল।                                                                                           মুছলিম লীগৰ…

ইমাম আবু হানিফা

লেখকঃমুইনুল খন্দকাৰ য’তেই ইছলাম আৰু বিদ্যাৰ বিস্তাৰ ঘটে তাতেই দ্বীনে ইছলামৰ সৰভৰা কোমল বীজৰ উত্থান হয়। ইছলাম ধৰ্মৰ হানাফি মাজহাবৰ মেৰুদণ্ড স্বৰুপ আৰু সৰ্ব ডাঙৰ ইমাম হল আবু হানিফা (ৰাঃ) তেখেতৰ সম্পূৰ্ণ নাম হল নুমান বিন ছাবিত। তেখেঁত আশি (৮০) হিজৰিত কোফা নগৰত জন্ম গ্ৰহন কৰে। আৰু তাতেই জীৱনৰ বেছি ভাগ সময় অতিবাহিত কৰে। আৰু সত্তৰ(৭০)বছৰ বয়সত (১৫০)হিজৰিত বাগদাদ চহৰত ইহকাল পৰকাল…

ইয়াণ্ডাবু সন্ধি (১৮২৬)

আজিৰ দিনটো অসম বাসীৰ বাবে অতি কৈ গুৰুত্বপূৰ্ণ দিন কাৰণ আজি ২৪ তাৰিখ আজিৰ দিনত অসমখন ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধিনত আহিছিল বা ব্ৰিটিছৰ হয়।এই সন্ধিটো হৈছিল ব্ৰূমদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত ইয়াত স্বাক্ষাৰ কৰিছিল ইষ্ট ইণ্ডিয়া কোম্পানী পৰা ছাৰ আৰ্চবল্ড কেমলবেলব্ৰূমদেশৰ পৰাঃ মহামিন লা কিষটিনএই সন্ধিটো প্ৰথম এংলা মাৰ্মা যুদ্ধৰ অন্ত পেলাৱা শান্তিৰ চুক্তি হৈছিল।ইয়াত কি কি বিষয় বস্তুৰ ওপৰত…