গুৱাহাটী মহানগৰীত চৈয়দ পৰিয়ালত ১৮৮৫ চনৰ ২১ মে তাৰিখত জন্ম গ্ৰহণ কৰিছিল। তেওঁ আছিল স্বাধীন ভাৰতৰ (first premier of Assam) অসমৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। তেওঁ এগৰাকী অসমৰ সূযোগ্য সন্তান হিচাপে স্বনাম ধন্য শিক্ষাবিদ হোৱাৰ বাহিৰেও এজন সুদক্ষ ৰাজনীতিবিধ আৰু আইনবিধ আছিল।তেওঁ কটন কলেজৰ পৰা স্নাতকোত্তৰ গ্ৰহণৰ পিছত ১৯০৭ চনত আইন কলেজ গুৱাহাটীত স্নাতক ডিগ্ৰী লাভ কৰি উকালিত কৰিও…

শ্ৰদ্ধাঞ্জলীডাঃ ইউ বাপুট্টী হাজি(১৯২৬-২০০৩)তেখেত এজন কেৰেলাৰ বৰণ্য় ব্য়ক্তি আছিল, যিজনে আমাক সপোন দেখিবলৈ শিকালে, নিঃস্বাৰ্থভাৱে সমাজৰ কল্য়াণ আৰু উন্নয়নৰ হকে কাম কৰি থৈ গলে ।তেওঁৰ সহজ-সৰল জীৱন, সমাজৰ প্ৰতি থকা দায়িত্বশীলতা আৰু মুছলিম উম্মতৰ প্ৰতি তেওঁৰ চিন্তা আৰু সেৱা বৰ্তমানৰ নৱপ্ৰজন্মৰ বাবে এক মহান নিদৰ্শন।

কৃষি প্ৰধান অৰ্থনীতিৰ দেশ হোৱাৰ পাছতো ভাৰতত কৃষসকলেই সৰ্বাধিক সমস্যাৰ সন্মুখীন হব লগা হৈছে।আৰু দেশত কৃষক সমাজৰ পৰা কৃষক আন্দোলন দাঙি ধৰিছে।আৰু কৃষক সকলে নিজৰ খেতি-বাতি এৰি ৰাজপথত প্ৰতিবাদ কৰিব লগা হৈছে।আৰু বজাৰত সকলো খাদ্য-সামগ্ৰীৰ মূল্য প্ৰতিদিন উৰ্ধ্বমুখী হৈছে,শাক-পাচলিৰ পৰা আৰম্ভ কৰি চাউল-ডাইল মিঠাতেল,আলু-পিয়াজ সকলোবোৰ আকাশলংঘী মূল্যই ৰাইজক চিন্তিত কৰি তুলিছে।হাৰিয়াণা,পঞ্জাৱ আৰু পশ্চিম উত্তৰ প্ৰদেশসহ দেশৰ বহু অংশৰ পৰা অহা কৃষকে কৃষিৰে…

তৰুণ গগৈ আছিল এজন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা। সমগ্ৰ জীৱন তেখেত দেশৰ জনগণৰ স্বাৰ্থত সত্যতাআৰু নিষ্ঠাৰে কাম কৰি গল। তেখেত আছিল অসমৰ পাহাৰ-ভৈয়ামৰ একত্ৰিত কৰি এখন বৰ অসম গঢ়াৰ স্বপ্ন দেখা আধুনিক স্বাপ্নলিপিকাৰ।অসমৰ মূখ্যমন্ত্ৰী পদত তেখেত সমাসীন হোৱা সময়খিনি আছিল অসমৰ ৰাজনৈতিক-সামাজিক জীৱনৰ বাবে এক সংকটপূৰ্ণ সময়। সেই সময়ত তেখেত শাসন ভাৰ লৈয়েই অসমীয়া সামাজিক অৰ্থনৈতিক সমস্যাসমূহৰ দ্ৰুত সমাধান সম্ভৱ…