Education

ৰমজানঃ আত্মশুদ্ধিৰে ভৰা এক বসন্ত মাহ।

Writer: Shahnur Alom হিজৰী বর্ষৰ নবম মাহটোৰ নাম হৈছে ৰমাজানুল মুবাৰক। এই মাহৰ মর্যাদা আৰু মহত্ব কোৱাৰ অপেক্ষা নাৰাখে। এই মাহটো আল্লাহ তাআলাৰ প্ৰচুৰ নৈকট্য লাভৰ উত্তম সময়,পৰকালৰ পাথেয় অৰ্জনৰ উৎকৃষ্ট মৌচম। ইবআদত-বন্দেগী,যিকিৰ-আযকাৰ আৰু আত্মশুদ্ধিৰ বাবে যেন এক ভৰা বসন্ত। মুমিন বান্দাৰ বাবে ৰমজান মাহটো আল্লাহ তাআলাৰ বহুত ডাঙৰ নিয়ামত। তেওঁ এই মাহৰ প্ৰতিটো দিন‍-ৰাতিতে , মুষলাধাৰ বৰষুণৰ দৰে অশেষ খায়েৰ-বৰকত আৰু…

হজৰত মোহাম্মদ(ছাঃ) পৃথিৱীৰ  শ্ৰেষ্ঠ মানৱগৰাকী

নামঃ শাহিনুৰ আলম   و أحسن منك لم تر قط عيني  وأجمل منك لم تلد النساء       خلقت مبرأ من كل عيب         كأنك قد خلقت كما تشاء        ( হজৰত হাচ্ছান বিন ছাবিত ৰাঃ) পূথিৱীৰ ভুকুত যেতিয়াই ধৰ্মৰ গ্লানি হৈছে , অধৰ্মৰ প্ৰাদুভাৱ বাঢ়িছে তেতিয়াই মানৱ জাতিক সঠিক পথৰ সন্ধান দিবৰ কাৰণে বিশ্ব ব্ৰক্ষ্মাণ্ডৰ সৃষ্টিকৰ্তা মহান আল্লাহ তায়ালাই…

আমি শিক্ষক দিৱস কিয় পালন কৰোঁ ?

লেখক: আনোৱাৰ হুছেইন ৫ ছেপ্টেম্বৰ দিনটোৰ কথা শুনিলেই , সমগ্ৰ ভাৰতবাসীৰ মনলৈ এজন বিশ্ব বিখ্যাত দাৰ্শনিক, মহান শিক্ষক তথা ‘’ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণণ’’ ৰ কথা মনলৈ আহে। অৰ্থাৎ এইজন মহান ব্যক্তিৰ জন্ম দিনটোতে সমগ্ৰ ভাৰত বৰ্ষতে শিক্ষক দিৱস, হিচাপে পালন কৰা হয়।আমাৰ দেশ ভাৰতবৰ্ষত অন্যৰ নিমিত্তে, শিক্ষক বা গুৰু বোলা জাতিতোক বহুত বেছি মৰ্যদা দিয়া হয়। কিয়নো সমগ্ৰ দেশবাসীয়ে বিশ্বাস কৰে যে,…

৫ ছেপটেম্বৰ : শিক্ষক দিৱস, ছাত্ৰৰ সেৱা

লেখক : জেহেৰুল ভূঞা প্ৰত্যক বছৰত ৫ ছেপ্টেম্বৰৰ দিনা আমি শিক্ষক দিৱস পালন কৰোঁ। এই দিনত ছাত্ৰসকলে তেওলোঁকৰ শিক্ষক সকলক অন্তৰৰ গভীৰতাৰ পৰা কৃতজ্ঞতা জনায়। গোটেই বছৰ পৰিশ্ৰমৰ বিনিময়ত তেওঁলোকক সৰু-ডাঙৰ উপহাৰ দি ছাত্ৰসকলে শ্ৰদ্ধা- ভক্তি কৰে।এই দিনটো ছাত্ৰৰ মনত শিক্ষকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তোলাৰ অৰিহনা জগায়, ফলত ছাত্র -শিক্ষকৰ নতুন কাহিনীৰ জন্ম হয়।১৯৬২ চনত এই দিৱস প্ৰথমবাৰৰ বাবে ডঃ সৰ্বপল্লী…

কোৰআনৰ পৰিচয়

মুশ্বাৰফ আলী পৱিত্ৰ কোৰআন বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা সৰ্বশক্তিমান আল্লাহ তাআলাই অৱতিৰ্ণ কৰা ঐশ্বৰীক গ্ৰণ্ঠ । আল্লাহে মানৱ জাতীক এই পৃথীৱিলৈ পঠিয়াই অন্ধকাৰত এৰি দিয়া নাই ,বৰং তেওঁলোকে কেনেদৰে জীৱন-যাপন কৰিব ,কি বিধি-বিধান মানিব ,কোন পথত চলিলে এই দুনিয়াত শান্তি আৰু পৰকালত মুক্তি লাভ কৰিব ,তাকে তেওঁলোকক জনাই দিয়াৰ বাবে যুগে যুগে পথ নিৰ্দেশনা দি আহিছে । মানৱৰ পৰাই বিশেষ ব্যক্তিক নিৰ্বাচিত কৰি…

৫০টা প্ৰশ্ন আৰু ইয়াৰ উত্তৰ, ৰমজান মাহৰ উপলক্ষে

১) ৰমজান মাহত ৰোজা ৰখাৰ হুকুম কি?উত্তৰ:- সকলো নৰ-নাৰীৰ ওপৰত ফৰজে আইন অৰ্থাৎ বাধ্যতামূলক। ২) ৰমজান মাহৰ প্ৰথম দহ দিনত কোনটো দোৱা পঢ়া ছুন্নত ?= উত্তৰ:- আল্লাহুম্মাৰ হামনা ইয়া আৰহামাৰ্ ৰাহিমিন । ৩) ৰমজান মাহৰ দ্বিতীয় দহ দিনত কোনটো দোৱা পঢ়া ছুন্নত ?উত্তৰ:- আছতাগ্ ফিৰুল্লাহা ৰাব্বি মিন কুল্লি যানবি ৱা আতুবু ইলাইহি । ৪) ৰমজান মাহৰ তৃতীয় দহ দিনত কোনটো দোৱা পঢ়া…