Education

অসম দিৱস (চুকাফা দিৱস)

ইনজামামুল হক আহমেদ ১৯৯৬ চনৰ পৰা প্ৰতি বছৰে ২ ডিচেম্বৰত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফাৰ পাটকাই পৰ্বত ওপৰেৰে যাত্ৰাক স্মৃতিৰে অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয়।চুকাফাইং ১১৯১ খ্ৰি.ত চীনৰ য়ুনান প্ৰদেশৰ ম্য়ুং মাও ৰাজ্যৰ ৰাজধানী কিং ছেনৰ ( ছিয়েং চেন) মাও লুঙত চুকাফাৰ জন্ম হয়। চুকাফা, পিতৃ সূত্ৰে মেকং নৈৰ পাৰৰ ম্য়ুং ৰি ম্য়ুং ৰাম ৰাজবংশৰ আৰু মাতৃ সূত্ৰে ম্য়ুং মাও…

পৱিত্ৰ কোৰআন বিশ্বৰ মহাবিস্ময়কৰ অলৌকিক (মুজিযাৰ) গ্ৰন্থ ।

কোৰআন মজীদ আল্লাহ তাআলাৰ নাযিলকৃত সর্বশেষ আৰু সর্বশ্রেষ্ঠ আচমানী গ্ৰন্থ । এই মহান পুস্তিকাখনৰ বিভিন্ন বিষয়ত ভিন্ন দিশত,ইয়াৰ মৰ্যদা আৰু ফজিলত আদি কেন্দ্ৰ কৰি লাখ লাখ কিতাপ লিখা হৈছে, হাজাৰ ছেমিনাৰ আয়োজন কৰা হৈছে , অনেক গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে যত শ শ বৈজ্ঞানিক আৰু ইছলামী বিজ্ঞ পণ্ডিতসকলে গৱেষণা কৰি আছে আৰু কিয়ামত পর্যন্ত এই ধাৰাবাহিকতা অব্যাহত থাকিব। এইখন পৱিত্ৰ গ্ৰন্থৰ…

বিশ্ব উৰ্দু দিৱস ( ৯ নৱেম্বৰ )

লেখক: ইনজামামুল হক ৯ নৱেম্বৰ তাৰিখত প্ৰতি বছৰ বিশ্ব উৰ্দু দিৱস পালন কৰা হয়। উৰ্দু হ’ল ইন্দো-আৰ্য ভাষা এই ভাষাটো দক্ষিণ এছিয়াত প্ৰচলিত আছে। পাকিস্থানৰ প্ৰধান ভাষা হ’ল উৰ্দু।বিশ্ব উৰ্দু দিৱস আল্লামা ইকবলৰ জন্ম দিনত পালন কৰা হয়। আল্লামা ইকবলৰ জন্ম ১৮৮৭ চনৰ ৯ নৱেম্বৰত পাকিস্থানৰ শিয়ালকোটত হৈছিল। তেওঁ এজন দক্ষিণ এছিয়াৰ মুছলিম লেখক, দৰ্শনিক,আৰু ৰাজনীতিক আছিল। তেওঁ উৰ্দু কবিতাত বিশ শতিকাৰ…

ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমান সকলৰ ভূমিকা

লেখকঃ শাহিনুৰ আলম এইখন ভাৰতবৰ্ষ জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোকে একেলগে স্বাধীনতা আন্দোলন জপিয়াই পৰিছিল । ভাৰতবৰ্ষক ব্ৰিটিছ মুক্ত কৰিবলৈ মনে প্ৰাণে চেষ্টা কৰি গৈছিল । তেখেত সকলৰ এনে মনোবল আৰু বলিদানৰ বাবে আজি স্বাধীন ভাৰতত বাস কৰি আছো। আমি সকলোৱে জানো যে ভাৰতবৰ্ষক কোনো দল বা এটা জাতিয়ে স্বাধীনতা আনি দিয়া নাই । ভাৰতৰ সকলো শ্ৰেণীৰ মানুহ , জাতি – জনজাতিৰ…

হজৰ মাহ ‘জিলহজৰ তাৎপর্য আৰু আমল:

লেখকঃ শাহিনুৰ আলম গোটেই পৃথিৱীৰ ধর্মপ্রাণ মুছলিম সকলে প্রতিবছৰ এমাহ ৰমজানৰ ৰোজা পালন কৰে। তাৰ পিছত ছাউৱাল আৰু জিলকদ— এই দুমাহ পাৰ হোৱাৰ পাছত আহে পবিত্র হজৰ মাহ জিলহজ।‘এতেকে, তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা।’(فصل لربك وانحر)চুৰাহ আল-কাউচাৰ, আয়াত: ০২)জিলহজৰ প্রথম দহ দিন অত্যন্ত তাৎপর্যপূৰ্ণ আৰু পুণ্যময়। হাদিছৰ বিভিন্ন বর্ণনা মতে, এই দহ দিন পৃথিৱীৰ অন্যতম শ্রেষ্ঠ দিন।কোৰ’আনত…

ফিলিস্তিনি ইতিহাস (অংশ-৪)

লেখক :- জেহেৰুল ভূঞা যেনেকৈ আগৰ তিনিটা অংশত ফিলিস্তিনি ইতিহাসটো খ্ৰীষ্টপূৰ্বৰ পৰা আৰম্ভ কৰি ১৯৪৮ খ্ৰীষ্টাব্দলৈ অতি চুটিকৈ বৰ্ণনা কৰা হৈছিল। এইটো প্ৰবন্ধত ১৯৪৮ চনৰ পৰা আজিলৈ ঘটা মূল ইতিহাসৰ এক সূচী তৈয়াৰ কৰা হৈছে। যি ইতিহাসপ্ৰেমী আৰু নিৰপেক্ষ পঢ়ুৱৈসকলৰ বাবে উপযোগী হ’ব পাৰে। ১৯৪৮: আৰৱ-ইজৰাইল যুদ্ধ আৰম্ভ হয়।লাখ লাখতকৈও অধিক ফিলিস্তিনিক বিতাড়িত কৰা হৈছিল। ১৯৫৬: চুৱেজ সংকট (দ্বিতীয় আৰৱ-ইজৰাইলী যুদ্ধ)ৰাষ্ট্ৰপতি জামাল…

ফিলিস্তিনি ইতিহাস (অংশ-৩)

লেখক :- জেহেৰুল ভূঞা ইজৰাইল-ফিলিস্তিনি সংঘৰ্ষ – ১৯৪৮ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত, ৰাষ্ট্ৰসংঘই(ইউ এন ও) ইহুদীসকলৰ বাবে নিজা বেলেগ এখন ৰাষ্ট্ৰ গঠন কৰিব বুলি ঘোষণা দি পেলেষ্টাইনৰ এক বিভাজনৰ পৰিকল্পনা আগ বঢ়ায়। ইহুদীসকলে এই বিভাজন পৰিকল্পনাক গ্ৰহণ কৰিছিল কিন্তু আৰৱ লীগে সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰসংঘৰ বিভাজন পৰিকল্পনা প্ৰত্যাখ্যান কৰিছিল আৰু এটা ইহুদী ৰাষ্ট্ৰস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছিল। আৰৱসকলৰ বাবে ইছলাম ধৰ্মৰ ইতিহাসৰ এনে মহত্ব ও…

ফিলিস্তিনি ইতিহাস (অংশ-২)

লেখক :- জেহেৰুল ভূঞা প্ৰথম অংশত, আমি বৰ্ণনা কৰিছিলোঁ যে যোৱা ১৫০০ বছৰৰ ইতিহাসত এয়া কোনেও আঙুলিয়াই দিব নোৱাৰে যে, সমগ্ৰ বিশ্বত ইহুদী, আৰৱ আৰু মুছলমানসকলৰ মাজত নিৰন্তৰ সংঘৰ্ষৰ স্থান আছিল। তদুপৰি, যেতিয়া জাৰ্মানীকে ধৰি ৰোমান আৰু বিভিন্ন ইউৰোপীয় দেশে ইহুদীসকলক শত্ৰুতা আৰু ঘৃণাৰে অত্যাচাৰ কৰিছিল, তেতিয়া এইটো স্পষ্ট হৈ পৰিছিল যে তেওঁলোক সমগ্ৰ ইতিহাসত সদায় মুছলমানসকলৰ আশ্ৰয় আছিল।অকল জেৰুজালেমত ৬৩৮ চনৰৰ…