Education

মক্কাত মূৰ্তি পূজাৰ আৰম্ভণিঃ

আৰব বিশ্বত যদিও তেওঁলোকৰ মাজত হজৰত ইব্ৰাহীম (আঃ)ৰ এক আল্লাহৰ উপসনা কৰা সেইটো ধৰ্মৰ আছিল কিন্তু সময়ৰ সৌঁতৰ লগে লগে বিভিন্ন বস্তুৰ সলনি ঘটিল। আনকি তেওঁলোকৰ মাজত ধৰ্মীয় চিন্তা ধাৰাও সলনি ঘটিল।তেওঁলোকৰ মাজত ব্যৱসায়-বাণিজ্য কৰিবলৈ দূৰ দূৰণি দেশলৈ গৈছিল।এনেকৈয়ে তেওঁলোকৰ মাজত থকা ৰীতি-নিয়মবোৰ সলনি হৈ আহিছিল। এবাৰ এদল ব্যৱসায়ী সকলে (عمر بن الحي) আমৰ বিন আল-হাইৰ নেতৃত্বত শ্বাম দেশলৈ গৈছিল। আৰু সেই…

মহৰম মাহ ,ফজিলতৰ মা

মহৰম মুছলমানসকলৰ মানসকলৰ এটা ডাঙৰ উৎসৱ। ইছলামিক কেলেণ্ডাৰ অৰ্থাৎ হিজৰী কেলেণ্ডাৰৰ প্ৰথম মাহ হল মহৰম। মানুহে যিদৰে জানুৱাৰী মাহটো নববৰ্ষৰ আৰম্ভণি হিচাপে পালন কৰে ঠিক তেনেদৰেই মুছলমানসকলে সকলে মহৰম মাহটোক নববৰ্ষৰ আৰম্ভণি হিচাপে পালন কৰে।এই মাহতে মুছলমান সকলৰ বিভিন্ন ধৰণৰ উল্লেখযোগ্য ঘটনা ঘটিছিল । তাৰ ভিতৰত মহৰম ১০ তাৰিখে শ্বীমাৰ নামৰ এজন ব্যক্তিয়ে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদৰ মৰমৰ নাতি হজৰত হুছেইনৰ…