লেখকঃ-আনাৰ আলী অসুৰ দানৱ নহয়,মানুহৰ সমাজত সৃষ্টিশীল মানুহৰ প্ৰয়োজন।সমাজ মানেই মানুহৰ একতা-সম্প্ৰীতি,ইজনে সিজনক ভালপোৱা,সহায় কৰা।সুকত সুখী হোৱা।বিপদৰ সময়ত কাষত থিয় হৈ সংগ দিয়া।কিন্তু এনে এখন সমাজত এক সুদক্ষ সমাজ সংস্কাৰকৰ অবিহনে সমাজ কু-সংস্কৃতি আৰু অন্ধকাৰত ৰূপান্তৰ হয়।ঠিক তেনে এক সমাজক জীয়াই ৰখা,এক সুদক্ষ নেতা,সুদক্ষ ৰাষ্টপতি আৰু আদৰ্শ সমাজ সংস্কাৰকৰ অধিকাৰী আছিল ছায়্যীদ হাইদৰ আলী চিহাব তাংগাল। মুছলিম লীগৰ…
লেখকঃমুইনুল খন্দকাৰ য’তেই ইছলাম আৰু বিদ্যাৰ বিস্তাৰ ঘটে তাতেই দ্বীনে ইছলামৰ সৰভৰা কোমল বীজৰ উত্থান হয়। ইছলাম ধৰ্মৰ হানাফি মাজহাবৰ মেৰুদণ্ড স্বৰুপ আৰু সৰ্ব ডাঙৰ ইমাম হল আবু হানিফা (ৰাঃ) তেখেতৰ সম্পূৰ্ণ নাম হল নুমান বিন ছাবিত। তেখেঁত আশি (৮০) হিজৰিত কোফা নগৰত জন্ম গ্ৰহন কৰে। আৰু তাতেই জীৱনৰ বেছি ভাগ সময় অতিবাহিত কৰে। আৰু সত্তৰ(৭০)বছৰ বয়সত (১৫০)হিজৰিত বাগদাদ চহৰত ইহকাল পৰকাল…
লেখক -ইনজামামুল হক আমাৰ অসমৰ জাতীয় উৎসৱ হল বিহু আৰু এই বিহু তিনি প্ৰকাৰ১) বহাগ বিহু২) কাতি বিহু৩)মাঘ বিহুআজি ১৪ জানুৱাৰী আজি পৰা আমাৰ মাঘ বিহু আৰম্ভ হব। সৈই বাবে আমাৰ জানিব লাগে যে এই বিহু কেতিয়া পৰা আৰু কিয় পালন কৰা হয়।ইতিহাসমাঘ বিহু আদিম যুগৰ পৰাই অসমত পালন কৰা এক গুৰুত্বপূৰ্ণ উৎসৱ। মাঘ বিহু আদিম যুগত বড়ো লোকসকলে পালন কৰা এক…
ইনজামামুল হক আহমেদ ১৯৯৬ চনৰ পৰা প্ৰতি বছৰে ২ ডিচেম্বৰত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফাৰ পাটকাই পৰ্বত ওপৰেৰে যাত্ৰাক স্মৃতিৰে অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয়।চুকাফাইং ১১৯১ খ্ৰি.ত চীনৰ য়ুনান প্ৰদেশৰ ম্য়ুং মাও ৰাজ্যৰ ৰাজধানী কিং ছেনৰ ( ছিয়েং চেন) মাও লুঙত চুকাফাৰ জন্ম হয়। চুকাফা, পিতৃ সূত্ৰে মেকং নৈৰ পাৰৰ ম্য়ুং ৰি ম্য়ুং ৰাম ৰাজবংশৰ আৰু মাতৃ সূত্ৰে ম্য়ুং মাও…
লেখক: ইনজামামুল হক ৯ নৱেম্বৰ তাৰিখত প্ৰতি বছৰ বিশ্ব উৰ্দু দিৱস পালন কৰা হয়। উৰ্দু হ’ল ইন্দো-আৰ্য ভাষা এই ভাষাটো দক্ষিণ এছিয়াত প্ৰচলিত আছে। পাকিস্থানৰ প্ৰধান ভাষা হ’ল উৰ্দু।বিশ্ব উৰ্দু দিৱস আল্লামা ইকবলৰ জন্ম দিনত পালন কৰা হয়। আল্লামা ইকবলৰ জন্ম ১৮৮৭ চনৰ ৯ নৱেম্বৰত পাকিস্থানৰ শিয়ালকোটত হৈছিল। তেওঁ এজন দক্ষিণ এছিয়াৰ মুছলিম লেখক, দৰ্শনিক,আৰু ৰাজনীতিক আছিল। তেওঁ উৰ্দু কবিতাত বিশ শতিকাৰ…
লেখকঃ শাহিনুৰ আলম এইখন ভাৰতবৰ্ষ জাতি ধৰ্ম নিৰ্বিশেষে সকলো লোকে একেলগে স্বাধীনতা আন্দোলন জপিয়াই পৰিছিল । ভাৰতবৰ্ষক ব্ৰিটিছ মুক্ত কৰিবলৈ মনে প্ৰাণে চেষ্টা কৰি গৈছিল । তেখেত সকলৰ এনে মনোবল আৰু বলিদানৰ বাবে আজি স্বাধীন ভাৰতত বাস কৰি আছো। আমি সকলোৱে জানো যে ভাৰতবৰ্ষক কোনো দল বা এটা জাতিয়ে স্বাধীনতা আনি দিয়া নাই । ভাৰতৰ সকলো শ্ৰেণীৰ মানুহ , জাতি – জনজাতিৰ…
লেখকঃ শাহিনুৰ আলম মহান আল্লাহে আমাৰ কাৰণে ৪টা মাহ যেনে- যিলকদ, জিলহজ্ব, মুহাৰ্ৰম আৰু ৰজবক হাৰাম তথা সন্মানিত মাহ কৰিছে। আল্লাহে কৈছে, -নিশ্চয় আকাশসমূহ আৰু পৃথিৱী সৃষ্টিৰ দিনৰ পৰাই আল্লাহৰ বিধানত মাহবোৰৰ গণনা বাৰটা। তাৰে মাজত চাৰিটা মাহ নিষিদ্ধ, এইটোৱে প্ৰতিষ্ঠিত দ্বীন। এতেকে ইয়াৰ মাজত তোমালোকে নিজৰ প্ৰতি জুলুম নকৰিবা, আৰু তোমালোকে মুশ্বৰিকসকলৰ লগত সৰ্বাত্মকভাৱে যুদ্ধ কৰা, যেনেকৈ সিহঁতে তোমালোকৰ বিৰুদ্ধে সৰ্বাত্মকভাৱে…