লেখক :- জেহেৰুল ভূঞা ইজৰাইল-ফিলিস্তিনি সংঘৰ্ষ – ১৯৪৮ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত, ৰাষ্ট্ৰসংঘই(ইউ এন ও) ইহুদীসকলৰ বাবে নিজা বেলেগ এখন ৰাষ্ট্ৰ গঠন কৰিব বুলি ঘোষণা দি পেলেষ্টাইনৰ এক বিভাজনৰ পৰিকল্পনা আগ বঢ়ায়। ইহুদীসকলে এই বিভাজন পৰিকল্পনাক গ্ৰহণ কৰিছিল কিন্তু আৰৱ লীগে সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰসংঘৰ বিভাজন পৰিকল্পনা প্ৰত্যাখ্যান কৰিছিল আৰু এটা ইহুদী ৰাষ্ট্ৰস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছিল। আৰৱসকলৰ বাবে ইছলাম ধৰ্মৰ ইতিহাসৰ এনে মহত্ব ও…
লেখক :- জেহেৰুল ভূঞা ১০৪৮ চনৰ ১৮ মে’ আজিৰ দিনটোতে পাৰ্চী জ্যোতিৰ্বিজ্ঞানী, গণিতজ্ঞ আৰু কবি ওমৰ খাইয়ামৰ জন্ম নিশাপুৰত (বৰ্তমান ইৰাণত) হৈছিল। তেওঁক মুখ্যতঃ এজন বিজ্ঞানী হিচাপে জনা যায়, বিশেষকৈ এজন জ্যোতিৰ্বিজ্ঞানী আৰু গণিতজ্ঞ হিচাপে যি জালালি বৰ্ষপঞ্জিত অৱদান আগবঢ়াইছিল। পশ্চিমত থাকোঁতে, তেওঁ তেওঁৰ ৰুবাইয়াত (কোৱাট্ৰেইন)ৰ বাবে বহুলভাৱে জনাজাত।ৰুবাইয়াত হৈছে কবিতাৰ এক প্ৰকাৰ যাক প্ৰথমে ওমৰ খায়ামে জনপ্ৰিয় কৰিছিল। ই কোৱাট্ৰেইনৰ ওপৰত…
লেখক :- জেহেৰুল ভূঞা প্ৰথম অংশত, আমি বৰ্ণনা কৰিছিলোঁ যে যোৱা ১৫০০ বছৰৰ ইতিহাসত এয়া কোনেও আঙুলিয়াই দিব নোৱাৰে যে, সমগ্ৰ বিশ্বত ইহুদী, আৰৱ আৰু মুছলমানসকলৰ মাজত নিৰন্তৰ সংঘৰ্ষৰ স্থান আছিল। তদুপৰি, যেতিয়া জাৰ্মানীকে ধৰি ৰোমান আৰু বিভিন্ন ইউৰোপীয় দেশে ইহুদীসকলক শত্ৰুতা আৰু ঘৃণাৰে অত্যাচাৰ কৰিছিল, তেতিয়া এইটো স্পষ্ট হৈ পৰিছিল যে তেওঁলোক সমগ্ৰ ইতিহাসত সদায় মুছলমানসকলৰ আশ্ৰয় আছিল।অকল জেৰুজালেমত ৬৩৮ চনৰৰ…
লেখক:জেহেৰুল ভূঞা ১৩ কোটি ফিলিস্তিন অধিবাসীৰ ভিতৰত কেৱল ২০% হে খ্ৰীষ্টিয়ান লোক। ইয়াৰ ভিতৰত প্ৰায় ৭০% মানুহ ইজৰাইল আৰু ফিলিস্তিনৰ বাহিৰত বসবাস কৰে। প্ৰথম কথাটো হ’ল যে কিছুমান লোকৰ মাজত এনে এটা প্ৰভাৱ পৰিছে যে মুছলমানৰ তেজ ফিলিস্তিনত পতন হ’বলৈ ধৰিছে যাতে ই সন্তুষ্ট – শান্ত অনুভৱ কৰিব পাৰে।ফিলিস্তিনৰ সমস্যা অকল মুছলমানৰ সমস্যা নহয়। কথা এইটোৱেই যে এই সমস্যাৰ বলিত আৰব মুছলিমৰ…
লেখকঃ পি টি এছ থাৰাইট্টাল(কেৰেলা), অনুবাদঃ ৰেজৱানুৰ ৰহমান ৬৩৭ খ্ৰীষ্টাব্দঃ খলিফা উমৰৰ শাসনামলত ৰোমান বাইজেন্টাইন বাহিনী দ্বাৰা পৱিত্র জেৰুজালেম (বায়তুল মুকাদ্দাচ) সহ পেলেষ্টাইনত মুছলিম সামৰিক বাহিনীৰ বিজয়।১০৯৯ খ্ৰীষ্টাব্দঃ প্রথম ক্রুচেদৰ শেষত, ইউৰোপীয় ক্রুচেদসকলে ফাতেমীয় সাম্রাজ্যৰ পৰা পৱিত্র জেৰুজালেম দখল কৰে; পৱিত্র ভূখণ্ডত সহস্ৰাধিক মুছলমানক হত্যা কৰা হৈছিল।১১৮৭ খ্ৰীষ্টাব্দঃ ছুলতান ছালাহউদ্দিন আইয়ুব তৃতীয় ক্রুচেদৰ পূৰ্বে এটা শক্তিশালী সেনাবাহিনীৰ হতুৱাই জেৰুজালেম চহৰখন পুনৰবাৰ দখল…
লেখকঃ শাহিনুৰ আলম অষ্টম হিজৰিৰ ২০ বা ২১ ৰমজান শুকুৰবাৰে ৰছূল (ছঃ) আৰু চাহাব (ঈমানসহ নবী ছাঃক দৰ্শন কৰি মুমিন অৱস্থাত মৃত্যুবৰণ কৰা সঙ্গীসকল) সকলে মক্কা বিজয় কৰে। সেই সময়ত কাবাগৃহ আছিল বিশুদ্ধ একত্ববাদৰ কেন্দ্রস্থল। একমাত্র আল্লাহৰ বন্দেগি আৰু উপাসনাৰ উদ্দেশ্যে আল্লাহৰ নির্দেশত গৃহটো পুনর্নির্মাণ কৰিছিল হজৰত ইব্ৰাহিম (আঃ)য়ে।পৰৱৰ্তী সময়ত কা’বা ঘৰ মুশ্বৰিকসকলৰ দখলত থকাত শ্বিৰ্কৰ কেন্দ্রস্থলত পৰিণত হৈছিল। ৰছুল (ছঃ) য়ে…
লেখকঃ শাহিনুৰ আলম ইছলামৰ চিৰস্মৰণীয় ও গৌৰবময় এটি অধ্যায় হল বদৰযুদ্ধ। মক্কাৰ অদূৰত বদৰ নামক স্থানত এই মাহতেই সংঘটিত হৈছিল ঈমান ও কুফৰৰ মাজত প্রথম যুদ্ধ। ৬২৪ খ্রিস্টাব্দত তথা দ্বিতীয় হিজৰিৰ ১৭ ৰমজানত এই প্রান্তৰেই সংঘটিত হৈছিল মুছলিম ও কাফিৰসকলৰ মধ্যকাৰ এই ঐতিহাসিক যুদ্ধ। এই যুদ্ধত মাত্র ৩১৩ জন প্রায় নিৰস্ত্র মুছলমানৰ মোকাবিলাত শোচনীয় পৰাজয় বৰণ কৰে কাফিৰ…
লেখক – জেহেৰুল ভূঞাহজৰত খাদিজা ( ৰঃ ) ইছলামৰ ধৰ্ম গ্ৰহণ কৰা প্ৰথম মহিলা আৰু হজৰত মোহাম্মদ ( ছঃ ) ৰৰ প্ৰথম ঘৈণীয়েক আছিল । ইছলামৰ পূৰ্বত , তাই মক্কাৰ এজন বিখ্যাত ব্যাৱসায় আছিল । সেই সময়ত মক্কা বাহবাসিয়ে তাইক তহিৰাহ ( طاهرة) বুলি মাতিছিল । তহিৰাহ অৰ্থাৎ পৱিত্ৰ ।তেখেত ৫৫৬ খ্ৰীষ্টাব্দত জন্ম গ্ৰহণ কৰিছিল । দ্উতাকৰ নাম খোৱাইলিদ বিন আছাদ আৰু…