আৰব বিশ্বত যদিও তেওঁলোকৰ মাজত হজৰত ইব্ৰাহীম (আঃ)ৰ এক আল্লাহৰ উপসনা কৰা সেইটো ধৰ্মৰ আছিল কিন্তু সময়ৰ সৌঁতৰ লগে লগে বিভিন্ন বস্তুৰ সলনি ঘটিল। আনকি তেওঁলোকৰ মাজত ধৰ্মীয় চিন্তা ধাৰাও সলনি ঘটিল।তেওঁলোকৰ মাজত ব্যৱসায়-বাণিজ্য কৰিবলৈ দূৰ দূৰণি দেশলৈ গৈছিল।এনেকৈয়ে তেওঁলোকৰ মাজত থকা ৰীতি-নিয়মবোৰ সলনি হৈ আহিছিল। এবাৰ এদল ব্যৱসায়ী সকলে (عمر بن الحي) আমৰ বিন আল-হাইৰ নেতৃত্বত শ্বাম দেশলৈ গৈছিল। আৰু সেই…
লেখক: শ্বাহিনুৰ আলম আৰব বিশ্বত মধ্য যূগৰ ইতিহাস সকলো মানৱ জাতিৰ নিজাববীয়াকৈ উমানৰ কেন্দ্ৰ স্বৰূপ হিচাপে ধাৰণ কৰিব পাৰি। আৰু যেতিয়া সেই সময়ৰ কথা গৱেষণা কৰিবলৈ আৰম্ভ কৰো তেনেহলে আমি এটা অন্ধকাৰ আৰু কু-সংস্কাৰেৰে ভৰপূৰ হৈ থকা ফাতৰাত (আৰবীক শব্দ যত কোনো আল্লাহৰ দূত নাইবা ৰছুল সেই সময়ত পঠোৱা হোৱা নাই) যূগ দেখিবলৈ পাম।মাথোঁন আমি যদি এইবোৰ কথা আৰব বিশ্বতেই সীমাবদ্ধ কৰি…
বিশ্বৰ মানৱ সভ্যতাৰ লগত প্ৰব্ৰজনৰ ফলতেই বিভিন্ন জাতি,উপজাতিয়ে বিভিন্ন সংস্কৃতি লৈ একোটা সভ্যতা গঢ়ি উঠিছে।এই প্ৰব্ৰজনৰ দ্বাৰাই সিন্ধু,আৰৱ আদি সভ্যতা গঢ়ি উঠিছে।প্ৰাক্ ঐতিহাসিক যুগৰে পৰা এই প্ৰব্ৰজন ঘটি আছে।এই দৰেই আকৌ আৰ্য্য-অনাৰ্য্য,মঙ্গোলীয়, অষ্ট্ৰিক আদি গোষ্ঠীৰো অসমলৈ প্ৰব্ৰজন কৰাৰ পৰিনামত এটি সমন্বয়ৰ প্ৰক্ৰিয়াৰে ‘অসমীয়া জাতি’ গঢ়ি উঠিছে আৰু সকলো সম্প্ৰদায়ৰ, জনগোষ্ঠীৰ নিজা নিজা দোৱান, ভাষাৰ সংমিশ্ৰণ আৰু বিৱৰ্তনৰ ফলত অসমীয়া ভাষাৰ সৃষ্টি হ’ল।এই…