লেখকঃ শাহিনুৰ আলম(ইছলামী আৰু বস্তুনিষ্ঠ )১) বছৰৰ ১২ মাহত, চাৰি মাহ অৰ্থাৎ মহৰম, ৰজব, জী-ক্বা’দাহ, আৰু জীল-হাজ্জাহৰ যিদৰে উত্তম আৰু গুৰুত্ব তথা ফজীলতৰ অধিকাৰী, ঠিক তদৰূপ দিনৰ ভিতৰত চাৰিটা দিন, অৰ্থাৎ দুই ঈদ, শুকুৰবাৰ আৰু আৰাফাৰ দিনৰ তাৎপৰ্য আৰু গুৰুত্বও বিৰাট।সপ্তাহৰ ঈদৰ দিন গুৰুত্বপূৰ্ণ দিনটো হল শুকুৰবাৰ, তদৰূপ বছৰটোত উত্তম দিনটো হল আৰাফাৰ অৰ্থাৎ ৯ জীল-হাজ্জাহৰ দিনটো।( মিৰক্বাত- পৃষ্ঠা: ৩/২২৩, জামিউল উছূল)২)…
লেখকঃ শাহিনুৰ আলম প্ৰতিবেশীৰ প্ৰতি তোমাৰ কৰ্তব্য কি সেয়া তুমি জানা নে ?তেওঁ তোমাৰ ওচৰত ঋন বিচাৰিলে ঋন দিবা। তেওঁ অসুস্হ হ’লে শুশ্ৰূষা কৰিবা। তেওঁৰ মৃত্যু হ’লে জানাজাত যোগ দিবা।তেওঁৰ সুসংবাদত সন্তোষ প্ৰকাশ কৰিবা।অনুমতি অবিহনে তোমাৰ গৃহক ইমান ওখ নকৰিবা যাতে তেওঁৰ ঘৰত বতাহ প্ৰৱেশ কৰাত বাধা হয়। তেওঁক যন্ত্ৰণা নিদিবা।যদি কোনো ফল ক্ৰয় কৰা তেনেহ’লে সেইখিনি গোপনে ঘৰলৈ লৈ যাবা আৰু…
লেখকঃ শাহিনুৰ আলম ১. হযৰত আবদুল্লাহ ইবনে আমৰ ইবনুল আচ ৰাঃ পৰা বর্ণিত, ৰছূলুল্লাহ ছল্লাল্লাহু আলাইহি ওৱা চাল্লামে এজন ঘোষক প্রেৰণ কৰিলে তেওঁ যেন মক্কাৰ পথে পথে এই ঘোষণা কৰে যে-জানি ৰাখক! প্রত্যেক মুছলিম নৰ-নাৰী, গোলাম-স্বাধীন,সৰু-ডাঙৰ় প্রত্যেকৰ ওপৰত ছদকায়ে ফিতৰ অপৰিহার্য। দুই মুদ (আধা ছা) গম নাইবা এক ছা অন্য খাদ্যবস্তু।النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ ” بَعَثَ مُنَادِيًا يُنَادِي فِي فِجَاجِ مَكَّةَ أَلَا إِنَّ…
লেখকঃ শাহিনুৰ আলম “নিশ্চয়ই মই অৱতীৰ্ণ কৰিছো এই কুৰআন শ্ববে ক্বদৰত। আৰু আপুনি জানেনে শ্ববে ক্বদৰ কি? শ্ববে ক্বদৰ হাজাৰ মাহতকৈয়ো শ্ৰেষ্ঠ। সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে। শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে । (ছুৰা ক্বদৰঃ ১-৫) আল্লাহ তায়ালাই এনেদৰে শবে কদৰৰ ৰাতিৰ ফজীলতৰ বিষয়ে কৈ আছে। ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- যি ব্যাক্তি ঈমানৰ সৈতে…
লেখকঃ শাহিনুৰ আলম ৰমজান, দ্বীন ইচলামৰ এটি সন্মানিত মাহ । এই মাহৰ বৈশিষ্ট্য আৰু ফজীলত অন্যান্য মাহতকৈ অনেক বেচি, সেই বাবেই বাকী এঘাৰ মাহতকৈ ৰমজান মাহক উত্তম আখ্যা দিয়া হৈছে । আল্লাহ চুবহান আল্লাহু তা’লাই ৰমজানৰ চিয়াম বা ৰোজাক ইচলামৰ আৰকান সমূহৰ ভিতৰত চতুৰ্থ হিচাপে স্থান দিছে । চুৰা আল্-বাকাৰাৰ ১৮৫ ন্ং আয়াতত উল্লেখ কৰিছে যে – “ৰমজান সেইটো মাহ, যি মাহত…
লেখকঃ হাশিদুল ইছলাম
লেখকঃ শাহিনুৰ আলম ৰহমত বৰকত আৰু মাগফিৰাতৰ মাহ মাহে ৰমজান। উম্মতে মুহাম্মদীৰ বাবে এক নিয়ামতপূৰ্ণ মাহৰ নাম ৰমজান।এইটো এনে এটা মাহ , যাৰ প্রথম ভাগ ৰহমত, মধ্য ভাগ মাগফিৰাত আৰু শেষভাগ হল জাহন্নামৰ জুইৰ পৰা মুক্তি লাভ। হজৰত আবু হুৰাইৰা ৰাঃ ৰ পৰা বর্ণিত, তেও কয়, ৰছুলুল্লাহ ছঃ য়ে ইৰ্শ্বাদ ফৰ্মাইছে , যিজন ব্যক্তিয়ে ঈমানসহকাৰে আৰু চৱাব লাভৰ উদ্দেশ্যে ৰমজান মাহৰ ৰোজা ৰাখিব…
লেখকঃ শাহিনুৰ আলম হাদিসত আহিছে যে ৰমজানৰ প্রথম দশক হল ৰহমতৰ , মধ্য দশক হলো মাগফিৰাতৰ, শেষ দশক হলো নাজাতৰ।’ সাধাৰণতে কৈ থকা হয় যে প্রথম দশকত আল্লাহ তাআলাই তেওঁৰ বান্দাসকলৰ প্রতি ৰহমত অৰ্থাৎ দয়া বর্ষণ কৰি থাকে। দ্বিতীয় দশকত আল্লাহ তাআলা তেওঁৰ বান্ধাসকলক ক্ষমা কৰি থাকে। তৃতীয় দশকত জাহন্নামৰ পৰা নাজাত বা মুক্তি দি থাকে।সেয়েহে নবী (ছঃ) এ কৈছে যে তোমালোকে…