Prophet

ৰমজানঃ আত্মশুদ্ধিৰে ভৰা এক বসন্ত মাহ।

Writer: Shahnur Alom হিজৰী বর্ষৰ নবম মাহটোৰ নাম হৈছে ৰমাজানুল মুবাৰক। এই মাহৰ মর্যাদা আৰু মহত্ব কোৱাৰ অপেক্ষা নাৰাখে। এই মাহটো আল্লাহ তাআলাৰ প্ৰচুৰ নৈকট্য লাভৰ উত্তম সময়,পৰকালৰ পাথেয় অৰ্জনৰ উৎকৃষ্ট মৌচম। ইবআদত-বন্দেগী,যিকিৰ-আযকাৰ আৰু আত্মশুদ্ধিৰ বাবে যেন এক ভৰা বসন্ত। মুমিন বান্দাৰ বাবে ৰমজান মাহটো আল্লাহ তাআলাৰ বহুত ডাঙৰ নিয়ামত। তেওঁ এই মাহৰ প্ৰতিটো দিন‍-ৰাতিতে , মুষলাধাৰ বৰষুণৰ দৰে অশেষ খায়েৰ-বৰকত আৰু…

হজৰত মোহাম্মদ(ছাঃ) পৃথিৱীৰ  শ্ৰেষ্ঠ মানৱগৰাকী

নামঃ শাহিনুৰ আলম   و أحسن منك لم تر قط عيني  وأجمل منك لم تلد النساء       خلقت مبرأ من كل عيب         كأنك قد خلقت كما تشاء        ( হজৰত হাচ্ছান বিন ছাবিত ৰাঃ) পূথিৱীৰ ভুকুত যেতিয়াই ধৰ্মৰ গ্লানি হৈছে , অধৰ্মৰ প্ৰাদুভাৱ বাঢ়িছে তেতিয়াই মানৱ জাতিক সঠিক পথৰ সন্ধান দিবৰ কাৰণে বিশ্ব ব্ৰক্ষ্মাণ্ডৰ সৃষ্টিকৰ্তা মহান আল্লাহ তায়ালাই…

নিয়ত

লেখক: আনাৰ আলী عن أمير المؤنين عمر بن الخطاب رضي الله عنه قال سمعت رسول الله صلى الله عليه وسلم يقول إنما الأعمال بالنية وإنما لكل امرئ ما نوى فمن كانت هجرته إلى الله و رسوله فهجرته إلى الله و رسوله و من كانت هجرته لدنيا يصيبها أو امرأة ينكحها فهجرته إلى ما هاجر إليه )متفق عليه(.হজৰত ওমৰ বিন খাত্তাব (ৰাঃ) ৰ…

ইছলামৰ পূৰ্বে আৰৱ দেশ- নবীৰ জীৱনী (অংশ-১)

লেখক : জেহেৰুল ভূঞা আৰৱ দেশ বুলিলে আমি যি ভাবো এয়া হৈছে ৬ খ্ৰীষ্টাব্দৰ আগৰ কাল যি কালক আৰৱ দেশৰ অন্ধকাৰ ও অজ্ঞতাৰ দিন বুলি জ্ঞাত। আৰৱ সম্প্ৰদায়ৰ সংস্কৃতিৰ বিষয়ে জনাৰ আগতে আমি জনা উচিত যে প্ৰাচীন কালত আৰৱক চাৰিটা অঞ্চলত বিভক্ত কৰা হৈছিল । হিজাজ, দক্ষিণ আৰৱ, নাজদ আৰু পূৱ আৰৱ । এই চাৰিটা অঞ্চলৰ পৰাই আজিৰ সাতটা অঞ্চল অস্তিত্বত আহিছিল।…

হজৰত মুহাম্মদ (ছাঃ) এক পৰিপূৰ্ণ ব্যক্তিত্ব!

পূথিৱীৰ ভুকুত যেতিয়াই ধৰ্মৰ গ্লানি হৈছে , অধৰ্মৰ প্ৰাদুভাৱ বাঢ়িছে তেতিয়াই মানৱ জাতিক সঠিক পথৰ সন্ধান দিবৰ কাৰণে বিশ্ব ব্ৰক্ষ্মাণ্ডৰ সৃষ্টিকৰ্তা মহান আল্লাহ তায়ালাই একে-একোজন উদ্ধাৰ কাৰী পঠাইছে। আৰু ইয়াৰ কালক্ৰমে পঠোৱা নবী সকলৰ সংখ্য হৈছে এক লাখ চব্বিছ হাজাৰতকৈ অধিক।ঠিক সেই বাবেই আল্লাহ তায়ালাই শেষ পয়গম্বৰ হিচাপে হজৰত মুহাম্মদ(ছাঃ) ক আমাৰ মাজলৈ পঠাইছে। ৰবীউল আওৱাল মাহৰ ১২ তাৰিখ ২৯ আগষ্ট ৫৭০…

ধৈৰ্য্য

লেখকঃ হালিমুজ জামান আমি জানো যে,ধৈৰ্য্য এটা এনেকুৱা বস্তু যাৰ অবিহনে আমাৰ জীৱন আধৰুৱা,কাৰণ আমি আমাৰ লক্ষ্যত উপনিত হবলৈ আমি বহুত কষ্ট আৰু ধৈৰ্য্যৰে আগবাঢ়িব লাগিব। আৰু যদি আমি আমাৰ জীৱনত বহুত দুখ বা মুচিবত (দুৰ্যোগ)ত ভুক্তভোগী হৈ থাকো তথাপিও আমি ধৈৰ্য্য ধৰিব লাগিব কাৰণ এদিন ইয়াৰ ফল আমি নিশ্চয় ভাল আৰু মিঠায়ে পাম।আহক এতিয়া আমি ধৈৰ্য্যৰ বিষয়ে কোৰান আৰু হাদিছৰ পোহৰত…

এশ মানুহক হত্যা কৰিলে তৌওবা কোবুল হ’বনে ?

এশ বা তাতকৈ ততাধিক মানুহক হত্যা কৰিলে তৌওবা কোবুল হ’বনে নাই ? ইয়াৰ উত্তৰ হ’ল যে তৌওবা কোবুল হব । আহক আমি ইয়াক এটা হাদিচেৰে প্ৰমান কৰোঃহাদীচঃ আবু ছায়িদুল খুজৰী (ৰাঃ) দ্বাৰা বৰ্নিত নবী (ছাঃ) মে কইছে যে- তোমালোকৰ আগৰ কওম সমূহত বা মানুহবিলাকত এনেকুৱা এজন মানুহ আছিল যিজনে ৯৯জন মানুহক হত্যা কৰিছিল। পিছত তেওঁ এইবোৰ ত্যাগ কৰিম বুলি ভাবি এদিন এজন…