লেখকঃ শাহিনুৰ আলম পৱিত্ৰ ৰমজান মাহৰ দীর্ঘদিনীয়া ছিয়াম সাধনাৰ সমাপনীত পৰৱৰ্তী মাহ “শ্বাওৱাল”ত অতিৰিক্ত ছয় ৰোজা পালন কৰা শ্বৰীয়ত অনুযায়ী মুচতাহাব।ইয়াৰ ফজিলত সন্দৰ্ভত প্ৰিয় নবী দঃৰ ঈৰশ্বাদ বৰ্ণিত যে :- عن أبي أيوب عن رسول الله صلى الله عليه وسلم قال :- من صام رمضان ثم أتبعه ستّا من شوال فذاك صيام الدهر হাদিছৰ অনুবাদ :- আল্লাহৰ ৰাছুল দঃ য়ে কৈছে :…

আমি কেতবোৰ সময়ত যেনে ,ঠান্ডা , বা কাটিলে আদি সময়ত উজু কৰিব নোৱাৰো । সেইবাবে আল্লাহ তালাই আমাৰ বাবে পাক হাছিল কৰা সহজ কৰি দিছে। যেনে ঠান্ডাৰ সময়ত চামৰাৰ মোজা পিন্ধি তাৰ ওপৰত মাছাহ কৰিলেই হব। আৰু হাত কটিলে বা ভাঙিলে আমি যদি বেন্ডজঁ বান্ধো তেতিয়াহলে তাৰ ওপৰত মাছাহ কৰিলেওঁ পাক পৱিত্ৰতা হাছিল হব। আৰু তাৰ দ্বাৰা আমি আল্লাহ তালাৰ ইবাদত কৰিব…

