Tag: 2021 budget

২০২১ত কেন্দ্ৰীয় চৰকাৰৰ বাজেটঃ ৰাইজৰ বাবে গ্ৰহণযোগ্য নে?

শেহতীয়াকৈ এইবাৰৰ কেন্দ্ৰীয় চৰকাৰৰ বাজেটৰ বিষয়বিলাকত আমি স্বাভাৱিকতে উদ্দিগ্ন আৰু বিপন্ন বোধ কৰি আছো। কিয়নো প্ৰত্যেক বছৰৰ নিচিনা এইবাৰো নিৰ্বাচনৰ আগমুহূৰ্তত দাখিল কৰা অসম-পশ্চিমবংগ নিৰ্বাচনকেন্দ্ৰীত বাজেটখন হৈছে ৰাইজৰ ওপৰত এক বৃহত মাধমাৰ,আৰু পুঁজিপুতিলৈ সকাহ। কোন দলৰ আদৰ্শৰ প্ৰতি জনসাধাৰনে কিমান অকুন্ঠ সমৰ্থন জনালে সেইবোৰ নিতান্তই গতানুগতিক কথা, কিন্তু এইবাৰৰ বাজেটত চৰকাৰৰ কাণ্ড কাৰখানাই বিফলতা একেবাৰে জল্জল্-পটপটকৈ উন্মোচন কৰিলে।নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে…