Tag: arafa day

আৰাফাৰ দিনৰ তাৎপৰ্য, গুৰুত্ব আৰু বৈশিষ্ট্য :

লেখকঃ শাহিনুৰ আলম(ইছলামী আৰু বস্তুনিষ্ঠ )১) বছৰৰ ১২ মাহত, চাৰি মাহ অৰ্থাৎ মহৰম, ৰজব, জী-ক্বা’দাহ, আৰু জীল-হাজ্জাহৰ যিদৰে উত্তম আৰু গুৰুত্ব তথা ফজীলতৰ অধিকাৰী, ঠিক তদৰূপ দিনৰ ভিতৰত চাৰিটা দিন, অৰ্থাৎ দুই ঈদ, শুকুৰবাৰ আৰু আৰাফাৰ দিনৰ তাৎপৰ্য আৰু গুৰুত্বও বিৰাট।সপ্তাহৰ ঈদৰ দিন গুৰুত্বপূৰ্ণ দিনটো হল শুকুৰবাৰ, তদৰূপ বছৰটোত উত্তম দিনটো হল আৰাফাৰ অৰ্থাৎ ৯ জীল-হাজ্জাহৰ দিনটো।( মিৰক্বাত- পৃষ্ঠা: ৩/২২৩, জামিউল উছূল)২)…