Tag: ASSAM ELECTION

অসমৰ কনিষ্ঠতম বিধায়কে দেখুৱাইছে যে সত্য, প্ৰেম আৰু কবিতাৰ দ্বাৰাও নিৰ্বাচন জিকিব পাৰি।

লিখক: হৰ্ষ মেণ্ডাৰঅনুবাদক: হাশিদুল ইছলাম আশ্ৰাফুল হুছেইনৰ কাহিনীয়ে দেখুৱাইছে যে ভাৰতীয় গণতন্ত্ৰৰ ত্ৰুটিথকাস্বত্বেও, প্ৰান্তীয় গোটৰ যুৱক-যুৱতীসকলৰ বাবে নিৰ্বাচিত হোৱাটো এতিয়াও সম্ভৱ।আশ্ৰাফুল হুছেইনে অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ টিকটত চেঙ্গা সমষ্টিৰ পৰা অসম বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে শেহতীয়া ৰাজ্যিক নিৰ্বাচনবোৰত, তেওঁলোকৰ অন্ধ ধূলি আৰু ব্যস্ততাৰ মাজত, নিৰ্বাচনী মঞ্চৰ উচ্চ-প্ৰশংসিত মেলোড্ৰামা আৰু আচৰণ, বিষাক্ত বিভাজনৰ নিন্দনীয় অভিযান্ত্ৰিকতা, তীক্ষ্ণ ভাষণ, কোভিড-19 মহামাৰীৰ প্ৰতিটো সুৰক্ষা নিয়ম…