গুৱাহাটী মহানগৰীত চৈয়দ পৰিয়ালত ১৮৮৫ চনৰ ২১ মে তাৰিখত জন্ম গ্ৰহণ কৰিছিল। তেওঁ আছিল স্বাধীন ভাৰতৰ (first premier of Assam) অসমৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। তেওঁ এগৰাকী অসমৰ সূযোগ্য সন্তান হিচাপে স্বনাম ধন্য শিক্ষাবিদ হোৱাৰ বাহিৰেও এজন সুদক্ষ ৰাজনীতিবিধ আৰু আইনবিধ আছিল।তেওঁ কটন কলেজৰ পৰা স্নাতকোত্তৰ গ্ৰহণৰ পিছত ১৯০৭ চনত আইন কলেজ গুৱাহাটীত স্নাতক ডিগ্ৰী লাভ কৰি উকালিত কৰিও…