লেখকঃ শাহিনুৰ আলম ইছলামৰ চিৰস্মৰণীয় ও গৌৰবময় এটি অধ্যায় হল বদৰযুদ্ধ। মক্কাৰ অদূৰত বদৰ নামক স্থানত এই মাহতেই সংঘটিত হৈছিল ঈমান ও কুফৰৰ মাজত প্রথম যুদ্ধ। ৬২৪ খ্রিস্টাব্দত তথা দ্বিতীয় হিজৰিৰ ১৭ ৰমজানত এই প্রান্তৰেই সংঘটিত হৈছিল মুছলিম ও কাফিৰসকলৰ মধ্যকাৰ এই ঐতিহাসিক যুদ্ধ। এই যুদ্ধত মাত্র ৩১৩ জন প্রায় নিৰস্ত্র মুছলমানৰ মোকাবিলাত শোচনীয় পৰাজয় বৰণ কৰে কাফিৰ…