Tag: CAA

জাতি ধ্বংসী “কা” ৰ আৰঁত থকা কিছু কথা

মোদী চৰকাৰ অসমৰ অস্তিত্বক এক গভীৰ সংকটলৈ ঠেলি দি নাগৰিকত্ব সংশোধনী আইন জাৰি কৰাত ৰাজ্য় জুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল-সংগঠনে এই আইনৰ বিৰোধিতা কৰাৰ লগতে বাতিলৰো দাবী উত্থাপন কৰিছে। সমান্তৰালভাৱে ইয়াৰ আৰঁত গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত হৈ থকাৰে উমান পোৱা গৈছে । আশ্চৰ্যজনক বিষয়টো হল যি সকলে এখন শুদ্ধ (NRC)ৰ দাবীত বিগত সময়ছোৱাত ব্য়াপক আন্দোলন গঢ়ি তুলিছিল তেওঁলোকৰ একাংশই এতিয়া…