লেখকঃ-আনাৰ আলী অসুৰ দানৱ নহয়,মানুহৰ সমাজত সৃষ্টিশীল মানুহৰ প্ৰয়োজন।সমাজ মানেই মানুহৰ একতা-সম্প্ৰীতি,ইজনে সিজনক ভালপোৱা,সহায় কৰা।সুকত সুখী হোৱা।বিপদৰ সময়ত কাষত থিয় হৈ সংগ দিয়া।কিন্তু এনে এখন সমাজত এক সুদক্ষ সমাজ সংস্কাৰকৰ অবিহনে সমাজ কু-সংস্কৃতি আৰু অন্ধকাৰত ৰূপান্তৰ হয়।ঠিক তেনে এক সমাজক জীয়াই ৰখা,এক সুদক্ষ নেতা,সুদক্ষ ৰাষ্টপতি আৰু আদৰ্শ সমাজ সংস্কাৰকৰ অধিকাৰী আছিল ছায়্যীদ হাইদৰ আলী চিহাব তাংগাল। মুছলিম লীগৰ…