Tag: Dilip Kumar

অতিত ২০২১ৰ স্মৰন

লেখক: ইনজামামুল হক অলপ আগৰ কথা তেতিয়া বৰ্তমান আৰু এতিয়া ইতিহাসচলিত বৰ্ষত আমাৰ মাজৰ পৰা বহুতো মানুহ পৰকাল গমণ কৰিছে এই বোৰ নাম আমি একবাৰ মনত কৰি লৌ। জানুৱাৰী মাহৰ ১৭ তাৰিখত কিংবদন্তি শাস্ত্ৰীয় সংগীতজ্ঞ আৰু পদ্মবিভূষণ লাভ কৰা গোলাম মুস্তাফা খানৰ মৃত্যু হয়। ফেব্ৰুৱাৰী মাহৰ ৯ তাৰিখত অভিনেতা ঋষি কাপুৰৰ ভাতৃ ৰাজীৱ কাপুৰৰ মৃত্যু হয়। এপ্ৰিল মাহৰ ২২ তাৰিখত বলিউডৰ সংগীত…