লেখকঃহাশ্বিদুল ইছলাম ইছলামত সকলো কামৰ এক শৃংখল বদ্ধতা আমাৰ গ্ৰন্থসমূহত পোৱা যায়। আমাৰ অন্তিম নবী মোহাম্মাদ (ছাঃ) মে যি কৈছে সেইটো কৰা ডাঙৰ পুণ্যৰ কাম। সেইদৰে আমাক খোৱা-বোৱাত কিছুমান আদব আৰু নিয়ম কানুন দেখুৱাইছে । আমি এইবিলাক নীতি-নিয়ম অন্তৰৰে পালন কৰাৰ চেষ্টা কৰিম।সৰ্বপ্ৰথমে আমি খোৱাৰ আগত হাতদুখন ধুই পৰিস্কাৰ কৰি সোঁহাতেৰে বহিহে খাদ্য গ্ৰহণ কৰিব লাগে। (বিছমিল্লাহ)কৈ খোৱা আৰম্ভ কৰিব , আৰু…