Tag: Dul Hijjah

আৰাফাৰ দিনৰ তাৎপৰ্য, গুৰুত্ব আৰু বৈশিষ্ট্য :

লেখকঃ শাহিনুৰ আলম(ইছলামী আৰু বস্তুনিষ্ঠ )১) বছৰৰ ১২ মাহত, চাৰি মাহ অৰ্থাৎ মহৰম, ৰজব, জী-ক্বা’দাহ, আৰু জীল-হাজ্জাহৰ যিদৰে উত্তম আৰু গুৰুত্ব তথা ফজীলতৰ অধিকাৰী, ঠিক তদৰূপ দিনৰ ভিতৰত চাৰিটা দিন, অৰ্থাৎ দুই ঈদ, শুকুৰবাৰ আৰু আৰাফাৰ দিনৰ তাৎপৰ্য আৰু গুৰুত্বও বিৰাট।সপ্তাহৰ ঈদৰ দিন গুৰুত্বপূৰ্ণ দিনটো হল শুকুৰবাৰ, তদৰূপ বছৰটোত উত্তম দিনটো হল আৰাফাৰ অৰ্থাৎ ৯ জীল-হাজ্জাহৰ দিনটো।( মিৰক্বাত- পৃষ্ঠা: ৩/২২৩, জামিউল উছূল)২)…

হজৰ মাহ ‘জিলহজৰ তাৎপর্য আৰু আমল:

লেখকঃ শাহিনুৰ আলম গোটেই পৃথিৱীৰ ধর্মপ্রাণ মুছলিম সকলে প্রতিবছৰ এমাহ ৰমজানৰ ৰোজা পালন কৰে। তাৰ পিছত ছাউৱাল আৰু জিলকদ— এই দুমাহ পাৰ হোৱাৰ পাছত আহে পবিত্র হজৰ মাহ জিলহজ।‘এতেকে, তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা।’(فصل لربك وانحر)চুৰাহ আল-কাউচাৰ, আয়াত: ০২)জিলহজৰ প্রথম দহ দিন অত্যন্ত তাৎপর্যপূৰ্ণ আৰু পুণ্যময়। হাদিছৰ বিভিন্ন বর্ণনা মতে, এই দহ দিন পৃথিৱীৰ অন্যতম শ্রেষ্ঠ দিন।কোৰ’আনত…