Tag: eidul fitr

ঈদৰ আন্তৰিক শুভেচ্ছাৰে দু এষাৰ….

লেখকঃ শাহিনুৰ আলম আনন্দ, সুখ, হাঁহি এই সকলোবোৰ জীৱনৰ অংগ। ইছলাম ধৰ্মতো এইবোৰ এটা ঠাই লাভ কৰিবলৈ সক্ষম হৈছে। মুছলমান উৎসৱৰ মাজত সৰ্বশ্ৰেষ্ঠ উৎসৱ হিচাপে বিশেষ স্থান অধিকাৰ কৰিছে ঈদ উৎসৱে। ঈদ উৎসৱ বছৰত দুবাৰ আহে। দুটা আনুষ্ঠানিক কেন্দ্ৰ কৰি উদ্‌যাপন কৰা হয় ঈদ-উল-ফিতৰ। তাৰ দুমাহ ন দিনত অৰ্থাৎ আৰবী মাহৰ দ্বাদশ মাহ জিলহজ্জ্বা মাহৰ ১০ তাৰিখে ঈদ-উল-আজহা উদ্‌যাপন কৰা হয়। এই…

আধাছাফিতৰাসম্পর্কেহাদীছচুন্নাহও_আছাৰ

লেখকঃ শাহিনুৰ আলম ১. হযৰত আবদুল্লাহ ইবনে আমৰ ইবনুল আচ ৰাঃ পৰা বর্ণিত, ৰছূলুল্লাহ ছল্লাল্লাহু আলাইহি ওৱা চাল্লামে এজন ঘোষক প্রেৰণ কৰিলে তেওঁ যেন মক্কাৰ পথে পথে এই ঘোষণা কৰে যে-জানি ৰাখক! প্রত্যেক মুছলিম নৰ-নাৰী, গোলাম-স্বাধীন,সৰু-ডাঙৰ় প্রত্যেকৰ ওপৰত ছদকায়ে ফিতৰ অপৰিহার্য। দুই মুদ (আধা ছা) গম নাইবা এক ছা অন্য খাদ্যবস্তু।النَّبِيَّ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ ” بَعَثَ مُنَادِيًا يُنَادِي فِي فِجَاجِ مَكَّةَ أَلَا إِنَّ…