লেখক : মোনজুৰুল হক নিৰ্বাচনৰ দুদিনমান আগত কোনো ৰাজনৈতিক দলে দুশমান টকা দিয়ে,তেতিয়াহলে আমি পুৰণি স্মৃতিবোৰ পাহৰি , সিহঁতৰ পুৰণি প্ৰতিশ্ৰুতিবোৰ পাহৰি আবেগৰ সৈতে সিহঁতক ভোট দি দিও, নাভাৱো যে সন্মুখৰ পাঁচবছৰত আমাৰ গতি কি হব।সমাগত বিধান সভা নিৰ্বাচন । ইয়াৰ লগত জৰিত হৈ আছে অসমীয়াৰ ভবিষ্যত । নিৰ্বাচনৰ লগত সংগত ৰাখি ৰাজনৈতিক দল, নেতা পালিনেতা আসন লাভৰ উদ্দেশ্য নিৰ্বাচনী ৰণডংকা বজাবলৈ…