Tag: Fasting of shavval

শ্বাওঁৱাল মাহৰ ৰোজাৰ বাস্তৱতা ও ইয়াৰ তাৎপর্যতা।

লেখকঃ শাহিনুৰ আলম পৱিত্ৰ ৰমজান মাহৰ দীর্ঘদিনীয়া ছিয়াম সাধনাৰ সমাপনীত পৰৱৰ্তী মাহ “শ্বাওৱাল”ত অতিৰিক্ত ছয় ৰোজা পালন কৰা শ্বৰীয়ত অনুযায়ী মুচতাহাব।ইয়াৰ ফজিলত সন্দৰ্ভত প্ৰিয় নবী দঃৰ ঈৰশ্বাদ বৰ্ণিত যে :- عن أبي أيوب عن رسول الله صلى الله عليه وسلم قال :- من صام رمضان ثم أتبعه ستّا من شوال فذاك صيام الدهر হাদিছৰ অনুবাদ :- আল্লাহৰ ৰাছুল দঃ য়ে কৈছে :…