লেখক : শাহিনুৰ আলম। ইছলাম হৈছে আল্লাহ ছুবহানাহু ৱা তাআলাৰ ওচৰত মনোনিত ধৰ্ম, যাৰ অৰ্থই হল শান্তি আৰু সুৰক্ষা। ইছলাম ধৰ্ম এখন সামাজিক মেলৰ প্ৰবচন দিয়ে যিটো ধৰ্মীয় মেল পৃথিৱীৰ মাজত অতি প্ৰয়োজনীয়।আজি আমাৰ এই ধৰণীখন শিক্ষা আৰু সকলো ক্ষেত্ৰতে উন্নয়ণ হোৱাৰ পিছতো এখন বিশাল আন্দোলন কৰা উচিত, যাৰ বাবে আমালোকৰ মাজত চলি থকা ধৰ্মীয় অসহিষ্ণুতাক আতৰ কৰিব পাৰি। ইছলাম ধৰ্ম ইয়াৰ…