Tag: heart of quran

ছুৰা ইয়াছিন কি ?

লেখক: মুশ্বাৰফ ছুৰাতুল ইয়াছিন কোৰআনৰ এটি বিশেষ ছুৰা যিটো নবী ﷺ এ মক্কাত বসবাস কৰাৰ সময়ত নাজিল কৰা হৈছিল । এই ছুৰাৰ আয়াতৰ সংখ্যা মুঠ আশীটা। এই ছুৰাৰ কিছুমান বিশেষ বৈশিষ্ট আছে যেনে- ইয়াত কিয়ামতৰ কথা বিশেষকৈ আলোচনা কৰা হৈছে মৃত্যুৰ পিছত পুনৰ জীৱনৰ কথা উল্লেখ কৰা হৈছে।*এই ছুৰাত বিশেষ এখন গাঁৱৰ বিষয়ে কোৱা হৈছে । যেনে —واضرب لهم مثلا أصحب القرية…