Tag: hikok din

৫ ছেপটেম্বৰ : শিক্ষক দিৱস, ছাত্ৰৰ সেৱা

লেখক : জেহেৰুল ভূঞা প্ৰত্যক বছৰত ৫ ছেপ্টেম্বৰৰ দিনা আমি শিক্ষক দিৱস পালন কৰোঁ। এই দিনত ছাত্ৰসকলে তেওলোঁকৰ শিক্ষক সকলক অন্তৰৰ গভীৰতাৰ পৰা কৃতজ্ঞতা জনায়। গোটেই বছৰ পৰিশ্ৰমৰ বিনিময়ত তেওঁলোকক সৰু-ডাঙৰ উপহাৰ দি ছাত্ৰসকলে শ্ৰদ্ধা- ভক্তি কৰে।এই দিনটো ছাত্ৰৰ মনত শিক্ষকৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তোলাৰ অৰিহনা জগায়, ফলত ছাত্র -শিক্ষকৰ নতুন কাহিনীৰ জন্ম হয়।১৯৬২ চনত এই দিৱস প্ৰথমবাৰৰ বাবে ডঃ সৰ্বপল্লী…