Tag: holy quran

পৱিত্ৰ কোৰআন বিশ্বৰ মহাবিস্ময়কৰ অলৌকিক (মুজিযাৰ) গ্ৰন্থ ।

কোৰআন মজীদ আল্লাহ তাআলাৰ নাযিলকৃত সর্বশেষ আৰু সর্বশ্রেষ্ঠ আচমানী গ্ৰন্থ । এই মহান পুস্তিকাখনৰ বিভিন্ন বিষয়ত ভিন্ন দিশত,ইয়াৰ মৰ্যদা আৰু ফজিলত আদি কেন্দ্ৰ কৰি লাখ লাখ কিতাপ লিখা হৈছে, হাজাৰ ছেমিনাৰ আয়োজন কৰা হৈছে , অনেক গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে যত শ শ বৈজ্ঞানিক আৰু ইছলামী বিজ্ঞ পণ্ডিতসকলে গৱেষণা কৰি আছে আৰু কিয়ামত পর্যন্ত এই ধাৰাবাহিকতা অব্যাহত থাকিব। এইখন পৱিত্ৰ গ্ৰন্থৰ…