Tag: indian islam

ইছলামৰ আগ্ৰসন আৰু ইয়াৰ পৰ্যালোচনা

লেখক – শাহিনুৰ আলম আল্লাহৰ একমাত্ৰ মনোনীত ধৰ্ম হৈছে ইছলাম। আৰু এই ধৰ্মৰ সুৰক্ষাৰ দায়িত্ব আল্লাহ তাআলই স্বয়ং নিজে লৈছে। ইছলাম যেতিয়া সমগ্ৰ বিশ্বত বিস্তাৰ পাবলৈ ধৰিছে, অতীতৰ পৰাই এই ধৰ্মক উৎক্ষাত আৰু ধ্বংস-নিপাতৰ বাবে বিভিন্ন চেষ্টাৰ সৈতে কাম কৰি গৈ আছে। কিন্তু ইছলাম ধৰ্মৰ বিষয়ে যিজনে মহত্ব বুজি পাইছে তেওঁ নিজৰ জীৱন এক আলোৰ সন্ধানত পথ বিচাৰি পাইছে।নবী(ছাঃ) ৰ সততা ,ন্যায়…