Tag: khadeeja r

হজৰত মোহাম্মদ ( ছঃ) ৰ প্ৰথম ঘৈণীয়েক কোন ?

লেখক – জেহেৰুল ভূঞাহজৰত খাদিজা ( ৰঃ ) ইছলামৰ ধৰ্ম গ্ৰহণ কৰা প্ৰথম মহিলা আৰু হজৰত মোহাম্মদ ( ছঃ ) ৰৰ প্ৰথম ঘৈণীয়েক আছিল । ইছলামৰ পূৰ্বত , তাই মক্কাৰ এজন বিখ্যাত ব্যাৱসায় আছিল । সেই সময়ত মক্কা বাহবাসিয়ে তাইক তহিৰাহ ( طاهرة) বুলি মাতিছিল । তহিৰাহ অৰ্থাৎ পৱিত্ৰ ।তেখেত ৫৫৬ খ্ৰীষ্টাব্দত জন্ম গ্ৰহণ কৰিছিল । দ্উতাকৰ নাম খোৱাইলিদ বিন আছাদ আৰু…