Tag: knowledge about quran in assamese language

কোৰআনৰ পৰিচয়

মুশ্বাৰফ আলী পৱিত্ৰ কোৰআন বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা সৰ্বশক্তিমান আল্লাহ তাআলাই অৱতিৰ্ণ কৰা ঐশ্বৰীক গ্ৰণ্ঠ । আল্লাহে মানৱ জাতীক এই পৃথীৱিলৈ পঠিয়াই অন্ধকাৰত এৰি দিয়া নাই ,বৰং তেওঁলোকে কেনেদৰে জীৱন-যাপন কৰিব ,কি বিধি-বিধান মানিব ,কোন পথত চলিলে এই দুনিয়াত শান্তি আৰু পৰকালত মুক্তি লাভ কৰিব ,তাকে তেওঁলোকক জনাই দিয়াৰ বাবে যুগে যুগে পথ নিৰ্দেশনা দি আহিছে । মানৱৰ পৰাই বিশেষ ব্যক্তিক নিৰ্বাচিত কৰি…