Tag: lailathul qadr

শ্ববে ক্বদৰ উম্মতৰ বাবে বিশেষ উপহাৰঃ

লেখকঃ শাহিনুৰ আলম “নিশ্চয়ই মই অৱতীৰ্ণ কৰিছো এই কুৰআন শ্ববে ক্বদৰত। আৰু আপুনি জানেনে শ্ববে ক্বদৰ কি? শ্ববে ক্বদৰ হাজাৰ মাহতকৈয়ো শ্ৰেষ্ঠ। সেই ৰাতিত ফিৰিস্তাসকল আৰু ৰূহ তেওঁলোকৰ প্ৰতিপালকৰ অনুমতিক্ৰমে যাৱতীয় সিদ্ধান্ত লৈ অৱতৰণ কৰে। শান্তিময় সেই ৰাতি, ফজৰৰ আবিৰ্ভাৱ নোহোৱালৈকে । (ছুৰা ক্বদৰঃ ১-৫) আল্লাহ তায়ালাই এনেদৰে শবে কদৰৰ ৰাতিৰ ফজীলতৰ বিষয়ে কৈ আছে। ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- যি ব্যাক্তি ঈমানৰ সৈতে…