Tag: Magfirah 10

ৰমজান মাহ‌ আৰু ইয়াৰ দ্বিতীয় দহ দিন

লেখক:মুশ্বাৰফ মিয়া ৰমজান (আৰবী: رمضان ৰমাদ্বান) হ’ল ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ, যি মাহত বিশ্বব্যাপী মুছলমান সকলে ইছলামিক উপবাস (ছিয়াম) পালন কৰি থাকে। ৰমজান মাহত ছিয়াম(ৰোজা) ইছলামৰ পঞ্চস্তম্তৰ তৃতীয়তম।ৰমজান মাহৰ জোন দেখাৰ ওপৰত ভিত্তি কৰি ত্ৰিশ দিনলৈ ৰোজা ৰখা হয় , যিটো নিৰ্ভৰযোগ্য হাদিছৰ দ্বাৰা প্ৰমাণিত।এই মাহত প্ৰত্যেক প্ৰাপ্তবয়স্ক ও সুস্থ মুছলিম ব্যক্তিৰ ওপৰত ছিয়াম(ৰোজা) পালন ফৰজ, কিন্তু অসুস্থ, গৰ্ভৱতী, ডায়বেটিক ৰোগী,…