Tag: mokkah

ইতিহাসত নজীৰবিহীন মক্কা বিজয়ৰ প্ৰসংগৰে

লেখকঃ শাহিনুৰ আলম অষ্টম হিজৰিৰ ২০ বা ২১ ৰমজান শুকুৰবাৰে  ৰছূল (ছঃ) আৰু চাহাব (ঈমানসহ নবী ছাঃক দৰ্শন কৰি মুমিন অৱস্থাত মৃত্যুবৰণ কৰা সঙ্গীসকল) সকলে মক্কা বিজয় কৰে। সেই সময়ত কাবাগৃহ আছিল বিশুদ্ধ একত্ববাদৰ কেন্দ্রস্থল। একমাত্র আল্লাহৰ বন্দেগি আৰু উপাসনাৰ উদ্দেশ্যে আল্লাহৰ নির্দেশত গৃহটো পুনর্নির্মাণ কৰিছিল হজৰত ইব্ৰাহিম (আঃ)য়ে।পৰৱৰ্তী সময়ত কা’বা ঘৰ মুশ্বৰিকসকলৰ দখলত থকাত শ্বিৰ্কৰ কেন্দ্রস্থলত পৰিণত হৈছিল। ৰছুল (ছঃ) য়ে…