নামঃ শাহিনুৰ আলম و أحسن منك لم تر قط عيني وأجمل منك لم تلد النساء خلقت مبرأ من كل عيب كأنك قد خلقت كما تشاء ( হজৰত হাচ্ছান বিন ছাবিত ৰাঃ) পূথিৱীৰ ভুকুত যেতিয়াই ধৰ্মৰ গ্লানি হৈছে , অধৰ্মৰ প্ৰাদুভাৱ বাঢ়িছে তেতিয়াই মানৱ জাতিক সঠিক পথৰ সন্ধান দিবৰ কাৰণে বিশ্ব ব্ৰক্ষ্মাণ্ডৰ সৃষ্টিকৰ্তা মহান আল্লাহ তায়ালাই…
