Tag: muhammed pbuh in assamese

হজৰত মুহাম্মদ (ছাঃ) এক পৰিপূৰ্ণ ব্যক্তিত্ব!

পূথিৱীৰ ভুকুত যেতিয়াই ধৰ্মৰ গ্লানি হৈছে , অধৰ্মৰ প্ৰাদুভাৱ বাঢ়িছে তেতিয়াই মানৱ জাতিক সঠিক পথৰ সন্ধান দিবৰ কাৰণে বিশ্ব ব্ৰক্ষ্মাণ্ডৰ সৃষ্টিকৰ্তা মহান আল্লাহ তায়ালাই একে-একোজন উদ্ধাৰ কাৰী পঠাইছে। আৰু ইয়াৰ কালক্ৰমে পঠোৱা নবী সকলৰ সংখ্য হৈছে এক লাখ চব্বিছ হাজাৰতকৈ অধিক।ঠিক সেই বাবেই আল্লাহ তায়ালাই শেষ পয়গম্বৰ হিচাপে হজৰত মুহাম্মদ(ছাঃ) ক আমাৰ মাজলৈ পঠাইছে। ৰবীউল আওৱাল মাহৰ ১২ তাৰিখ ২৯ আগষ্ট ৫৭০…