Tag: phalestine

ফিলিস্তিনি ইতিহাস (অংশ-৩)

লেখক :- জেহেৰুল ভূঞা ইজৰাইল-ফিলিস্তিনি সংঘৰ্ষ – ১৯৪৮ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত, ৰাষ্ট্ৰসংঘই(ইউ এন ও) ইহুদীসকলৰ বাবে নিজা বেলেগ এখন ৰাষ্ট্ৰ গঠন কৰিব বুলি ঘোষণা দি পেলেষ্টাইনৰ এক বিভাজনৰ পৰিকল্পনা আগ বঢ়ায়। ইহুদীসকলে এই বিভাজন পৰিকল্পনাক গ্ৰহণ কৰিছিল কিন্তু আৰৱ লীগে সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰসংঘৰ বিভাজন পৰিকল্পনা প্ৰত্যাখ্যান কৰিছিল আৰু এটা ইহুদী ৰাষ্ট্ৰস্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছিল। আৰৱসকলৰ বাবে ইছলাম ধৰ্মৰ ইতিহাসৰ এনে মহত্ব ও…