লেখক : জেহেৰুল ভূঞা আৰৱ দেশ বুলিলে আমি যি ভাবো এয়া হৈছে ৬ খ্ৰীষ্টাব্দৰ আগৰ কাল যি কালক আৰৱ দেশৰ অন্ধকাৰ ও অজ্ঞতাৰ দিন বুলি জ্ঞাত। আৰৱ সম্প্ৰদায়ৰ সংস্কৃতিৰ বিষয়ে জনাৰ আগতে আমি জনা উচিত যে প্ৰাচীন কালত আৰৱক চাৰিটা অঞ্চলত বিভক্ত কৰা হৈছিল । হিজাজ, দক্ষিণ আৰৱ, নাজদ আৰু পূৱ আৰৱ । এই চাৰিটা অঞ্চলৰ পৰাই আজিৰ সাতটা অঞ্চল অস্তিত্বত আহিছিল।…