Tag: prophet m8hammed pbuh mother

হজৰত মহম্মদৰ মা কোন?

লেখক – শ্বাহিনুৰ আলমহজৰত আমিনা ( ৰঃ) ৰ প্ৰকৃত নাম হৈছে আমিনা বিনত আব্দি মানাফ । তাঁইৰ দেউতাকৰ নাম আছিল ওহাব আৰু মাতৃৰ নাম আছিল কাৰাত বিনত আব্দুল উজ্জা ।তাঁইৰ সৰুৰ পৰাই তীক্ষ্ন বিচক্ষণ সহ অতিকৈ সহজ সৰল ছোৱালী আছিল । আনকি তাই সদাই অইন মানুহৰ দৃষ্টিৰ পৰা সদাই আতৰি থাকিছিল । তাইৰ জীৱনৰ প্ৰতিটো মুহৰ্ত্ব কঠোৰ পৰিশ্ৰমেৰে কটাব লগীয়া হৈছিল ।আৰব…