Tag: prophet

ইছলামৰ পূৰ্বে আৰৱ দেশ- নবীৰ জীৱনী (অংশ-১)

লেখক : জেহেৰুল ভূঞা আৰৱ দেশ বুলিলে আমি যি ভাবো এয়া হৈছে ৬ খ্ৰীষ্টাব্দৰ আগৰ কাল যি কালক আৰৱ দেশৰ অন্ধকাৰ ও অজ্ঞতাৰ দিন বুলি জ্ঞাত। আৰৱ সম্প্ৰদায়ৰ সংস্কৃতিৰ বিষয়ে জনাৰ আগতে আমি জনা উচিত যে প্ৰাচীন কালত আৰৱক চাৰিটা অঞ্চলত বিভক্ত কৰা হৈছিল । হিজাজ, দক্ষিণ আৰৱ, নাজদ আৰু পূৱ আৰৱ । এই চাৰিটা অঞ্চলৰ পৰাই আজিৰ সাতটা অঞ্চল অস্তিত্বত আহিছিল।…

ধৈৰ্য্য

লেখকঃ হালিমুজ জামান আমি জানো যে,ধৈৰ্য্য এটা এনেকুৱা বস্তু যাৰ অবিহনে আমাৰ জীৱন আধৰুৱা,কাৰণ আমি আমাৰ লক্ষ্যত উপনিত হবলৈ আমি বহুত কষ্ট আৰু ধৈৰ্য্যৰে আগবাঢ়িব লাগিব। আৰু যদি আমি আমাৰ জীৱনত বহুত দুখ বা মুচিবত (দুৰ্যোগ)ত ভুক্তভোগী হৈ থাকো তথাপিও আমি ধৈৰ্য্য ধৰিব লাগিব কাৰণ এদিন ইয়াৰ ফল আমি নিশ্চয় ভাল আৰু মিঠায়ে পাম।আহক এতিয়া আমি ধৈৰ্য্যৰ বিষয়ে কোৰান আৰু হাদিছৰ পোহৰত…