কোৰআন মজীদ আল্লাহ তাআলাৰ নাযিলকৃত সর্বশেষ আৰু সর্বশ্রেষ্ঠ আচমানী গ্ৰন্থ । এই মহান পুস্তিকাখনৰ বিভিন্ন বিষয়ত ভিন্ন দিশত,ইয়াৰ মৰ্যদা আৰু ফজিলত আদি কেন্দ্ৰ কৰি লাখ লাখ কিতাপ লিখা হৈছে, হাজাৰ ছেমিনাৰ আয়োজন কৰা হৈছে , অনেক গৱেষণা কেন্দ্ৰ স্থাপন কৰা হৈছে যত শ শ বৈজ্ঞানিক আৰু ইছলামী বিজ্ঞ পণ্ডিতসকলে গৱেষণা কৰি আছে আৰু কিয়ামত পর্যন্ত এই ধাৰাবাহিকতা অব্যাহত থাকিব। এইখন পৱিত্ৰ গ্ৰন্থৰ…
লেখকঃ শাহিনুৰ আলম।
ইছলাম ধৰ্মৰ পৱিত্ৰ ধৰ্মীয় গ্ৰন্থ হৈছে ‘’আলকোৰআন”।এই সমগ্ৰ বিশ্ববাসীক সঠিক পথৰ সথিক পথৰ সন্ধান দিয়ে, যিটো বাস্তৱয়িকভাৱে সকলো মানুহৰ কাৰণে গ্ৰহণ কৰাটো অপৰিহাৰ্য।পৱিত্ৰ কোৰআন শ্বৰীফ এনে এখন গ্ৰন্থ য’ত কেৱল ইবাদত বা উপাসনা পদ্ধতিৰ মাৰ্গ দৰ্শনৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ এই মহাগ্ৰন্থখনত আধ্যাত্মিক ,নৈতিক, পাৰিবাৰিক,ৰাজনৈতিক,অৰ্থনৈতিক, ৰাষ্ট্ৰীয়, ব্যৱসা-বাণিজ্য আৰু লেনদেন ইত্যাদিকে আদি কৰি মানৱ জীৱনৰ সমগ্ৰ দিশৰে সমাধান বিদ্যমান।পৱিত্ৰ কোৰআন শৰীফৰ যাবতীয় প্ৰকাৰৰ…