Writer: Shahnur Alom হিজৰী বর্ষৰ নবম মাহটোৰ নাম হৈছে ৰমাজানুল মুবাৰক। এই মাহৰ মর্যাদা আৰু মহত্ব কোৱাৰ অপেক্ষা নাৰাখে। এই মাহটো আল্লাহ তাআলাৰ প্ৰচুৰ নৈকট্য লাভৰ উত্তম সময়,পৰকালৰ পাথেয় অৰ্জনৰ উৎকৃষ্ট মৌচম। ইবআদত-বন্দেগী,যিকিৰ-আযকাৰ আৰু আত্মশুদ্ধিৰ বাবে যেন এক ভৰা বসন্ত। মুমিন বান্দাৰ বাবে ৰমজান মাহটো আল্লাহ তাআলাৰ বহুত ডাঙৰ নিয়ামত। তেওঁ এই মাহৰ প্ৰতিটো দিন-ৰাতিতে , মুষলাধাৰ বৰষুণৰ দৰে অশেষ খায়েৰ-বৰকত আৰু…
