লেখকঃমুইনুল খন্দকাৰ য’তেই ইছলাম আৰু বিদ্যাৰ বিস্তাৰ ঘটে তাতেই দ্বীনে ইছলামৰ সৰভৰা কোমল বীজৰ উত্থান হয়। ইছলাম ধৰ্মৰ হানাফি মাজহাবৰ মেৰুদণ্ড স্বৰুপ আৰু সৰ্ব ডাঙৰ ইমাম হল আবু হানিফা (ৰাঃ) তেখেতৰ সম্পূৰ্ণ নাম হল নুমান বিন ছাবিত। তেখেঁত আশি (৮০) হিজৰিত কোফা নগৰত জন্ম গ্ৰহন কৰে। আৰু তাতেই জীৱনৰ বেছি ভাগ সময় অতিবাহিত কৰে। আৰু সত্তৰ(৭০)বছৰ বয়সত (১৫০)হিজৰিত বাগদাদ চহৰত ইহকাল পৰকাল…