লেখকঃ শাহিনুৰ আলম পৱিত্ৰ ৰমজান মাহৰ দীর্ঘদিনীয়া ছিয়াম সাধনাৰ সমাপনীত পৰৱৰ্তী মাহ “শ্বাওৱাল”ত অতিৰিক্ত ছয় ৰোজা পালন কৰা শ্বৰীয়ত অনুযায়ী মুচতাহাব।ইয়াৰ ফজিলত সন্দৰ্ভত প্ৰিয় নবী দঃৰ ঈৰশ্বাদ বৰ্ণিত যে :- عن أبي أيوب عن رسول الله صلى الله عليه وسلم قال :- من صام رمضان ثم أتبعه ستّا من شوال فذاك صيام الدهر হাদিছৰ অনুবাদ :- আল্লাহৰ ৰাছুল দঃ য়ে কৈছে :…